INFO8

INFO8 INFO8 is a 24/7 news portal of Assam with uncompromised every opportunity to make your voice heard.
(9)

For any query & information please visit our website and WhatsApp.

ড্ৰাগছ আৰু অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া...
27/05/2026

ড্ৰাগছ আৰু অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাক জোৰশিমূলী আঞ্চলিক আমছুৱে প্ৰদান কৰে কৃতজ্ঞতা আৰু মানপত্ৰ।

বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৮৯.২ শতাংশ নম্বৰ লাভ ছামিমা ইয়াছমিনৰ। ছামিমা ইয়াছমিন সোণতলীৰ পুৰাণগাঁৱৰ স...
28/04/2026

বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৮৯.২ শতাংশ নম্বৰ লাভ ছামিমা ইয়াছমিনৰ। ছামিমা ইয়াছমিন সোণতলীৰ পুৰাণগাঁৱৰ সৰবত আলী আৰু মৰ্জিয়ানা খাতুনৰ কন্যা।

ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ছাত্ৰ আৰিফ গণিৰ সাফল্য! সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৮৫.২% নম্বৰেৰে উজলিল আৰিফ গ...
28/04/2026

ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ছাত্ৰ আৰিফ গণিৰ সাফল্য! সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৮৫.২% নম্বৰেৰে উজলিল আৰিফ গণি।

গৰৈমাৰী ছাইন্স একাডেমীৰ ছাত্ৰ মাণিক আলীৰ সাফল্য! সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৮৬% নম্বৰেৰে উজলিল মাণিক আলী...
28/04/2026

গৰৈমাৰী ছাইন্স একাডেমীৰ ছাত্ৰ মাণিক আলীৰ সাফল্য! সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৮৬% নম্বৰেৰে উজলিল মাণিক আলী।

দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনিলে গৰৈমাৰীৰ হাতীশলাৰ ছাইদুৰ ৰহমান আৰু ৰিণা পাৰবিনৰ সন্তান ছফিউৰ ৰহমানে।
16/04/2026

দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনিলে গৰৈমাৰীৰ হাতীশলাৰ ছাইদুৰ ৰহমান আৰু ৰিণা পাৰবিনৰ সন্তান ছফিউৰ ৰহমানে।

07/04/2026

ইমদাদ হুছেইনৰ বিশাল বাইক ৰেলী

06/04/2026

এয়া ছমৰীয়া সমষ্টিৰ সন্মান ৰখাৰ যুঁজ। সাধাৰণ জনতা এইবাৰ স্থানীয় প্ৰাৰ্থীৰ পক্ষত। চাওঁক এই বিশেষ প্ৰতিবেদন।

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গ জোৰশিমূলীত কংগ্ৰেছত মোক্ষম আঘাত! গাওঁপঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্যা সহ ৱাৰ্ড সদস্য সদ...
06/04/2026

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গ জোৰশিমূলীত কংগ্ৰেছত মোক্ষম আঘাত! গাওঁপঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্যা সহ ৱাৰ্ড সদস্য সদস্যা সকলে AIUDF দলত যোগদান কৰে।

কাইলৈ ০৫/০৪/২০২৬ তাৰিখ ৰবিবাৰে দুপৰীয়া ১২ বজাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হেলিকপ্টাৰ যোগে বদৰউদ্দিন আজমল...
04/04/2026

কাইলৈ ০৫/০৪/২০২৬ তাৰিখ ৰবিবাৰে দুপৰীয়া ১২ বজাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হেলিকপ্টাৰ যোগে বদৰউদ্দিন আজমলৰ নিৰ্বাচনী জনসভা AIUDF ৰ প্ৰাৰ্থী ইমদাদ হুছেইন বাবে।

03/04/2026

ৰেকিবুদ্দিন গৰিয়া নহ'য়, তেওঁ বিহাৰী হ'য় অগপ নেতা ময়নুল হকৰ বিস্ফোৰক মন্তব্য।

Address

AK Azad Road
Guwahati
781008

Alerts

Be the first to know and let us send you an email when INFO8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to INFO8:

Share