Axom Live 24 Digital

Axom Live 24 Digital A bilingual news channel from North Eastern India based in Guwahati, Assam.

03/07/2025

'ছেপ্তেম্বৰত BTC নিৰ্বাচন। দূৰ্গাপূজাৰ পূৰ্বে ঘোষণা হ'ব ফলাফল। নিৰ্বাচনৰ কাৰনে শান্তি বিনষ্ট হ'ব নালাগে BTC'। BTCত উপস্থিত হৈ মন্তব্য মুখ্যমন্ত্ৰীৰ।

03/07/2025

BTRত উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰীৰ -
03/07/2025

BTRত উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰীৰ -

03/07/2025

খ্ৰীষ্টান ৰাজহ গাঁৱত ২১৮ টা পৰিয়ালে এতিয়া কেৱল কান্দিছে। লখিমপুৰত পুৱাৰে পৰা চলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ কেইটামান দুখ লগা দৃশ্য

03/07/2025
03/07/2025

শক্তিপীঠ কামাখ্যাত 'Golden Guys' চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ। সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে 'Golden Guys' নামে খ্যাত বিশেষ যুৱক দুজন।

গহপুৰত নিশা চাঞ্চল্যকৰ ঘটনা।
03/07/2025

গহপুৰত নিশা চাঞ্চল্যকৰ ঘটনা।

কোকৰাঝাৰত বন্ধ কৰি দিয়া হ'ল পংকজ পাঠকৰ চুলি গজোৱা শিৱিৰ।
03/07/2025

কোকৰাঝাৰত বন্ধ কৰি দিয়া হ'ল পংকজ পাঠকৰ চুলি গজোৱা শিৱিৰ।

03/07/2025

পংকজ পাঠকৰ শিৱিৰত চুলি গজাবলৈ অহা লোকক প্ৰচণ্ড ধমক আৰক্ষীৰ। "অনুমতি নোহোৱাকৈ ইয়াত কোনো কেম্প নহ'ব।"

03/07/2025

"জন্মৰ পৰাই ইয়াতেই থকা।" বৃহৎ নিৰাপত্তাৰক্ষী বাহীনিৰ উপস্থিতিত লখিমপুৰত উচ্ছেদ কৰা হ'ল শ শ লোকৰ ঘৰ।

Address

Guwahati
781005

Alerts

Be the first to know and let us send you an email when Axom Live 24 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Live 24 Digital:

Share