Rhino Times

Rhino Times RHINO TIMES is the Digital News Media (webportal) from Northeast India.
(1)

09/10/2025

সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা — জুবিনৰ সমাধিস্থলীৰ সমীপতেই সংঘৰ্ষ, আহত এজন অনুৰাগী Rhino Times

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীৰ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী এখন চুইফ্ট গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকত খুন্দা মাৰে। সেই বাইকত থকা জুবিনৰ এজন অনুৰাগী গুৰুতৰভাৱে আহত হয়। আহতজনক ইতিমধ্যে এম্বুলেন্সৰে সোণাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।

09/10/2025

📰 Headline:
দেৰগাঁওত প্ৰথমবাৰ অনুষ্ঠিত হ'ব "দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ–২০২৫" Rhino Times
"গ্ৰন্থৰ আশ্ৰয়, প্ৰজ্ঞান পৰিচয়" মূলমন্ত্ৰ লৈ আহি আছে দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ–২০২৫।
প্ৰকৃতিপ্ৰেমী সংগঠন আশ্ৰয়ৰ উদ্যোগত আৰু দেৰগাঁওৰ নৰেন শৰ্মা স্মৃতি পথাৰত অৱস্থিত কাব্যঋষি নীলমণি ফুকন ক্ষেত্ৰত ১০ অক্টোবৰ পৰা ১৬ অক্টোবৰলৈ চলিব এই সাহিত্য উৎসৱ।
এই অনুষ্ঠানত সাহিত্য, সংগীত, শিল্প, আৰু সংস্কৃতিৰ বিভিন্ন দিশক একত্ৰে মিলাই দেৰগাঁওক এক সাহিত্যিক পৰিবেশত পৰিণত কৰাৰ আশা প্ৰকাশ কৰিছে আয়োজকসকলে।
আয়োজকসকলে সকলো সাহিত্যপ্ৰেমী, পঢ়ুৱৈ আৰু শিল্পানুৰাগীক সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

📍স্থান: কাব্যঋষি নীলমণি ফুকন ক্ষেত্ৰ, নৰেন শৰ্মা স্মৃতি পথাৰ, দেৰগাঁও
📅 তাৰিখ: ১০ অক্টোবৰ – ১৬ অক্টোবৰ, ২০২৫













08/10/2025

মানস ৰবিনৰ কথাখিনি ভালদৰে শুনক
জুবিন গার্গে সঁচাকৈয়ে ন্যায় পামনে? Rhino Times

08/10/2025

মামা, কোন ফালৰ মামা লাগে হা? Rhino Times

08/10/2025

ৰাষ্ট্ৰীয় মঞ্চতো মুখৰিত মহানায়কৰ গীতেৰে Rhino Times

08/10/2025

ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি
'ৰৈ ৰৈ বিনালে'ত সৰু সৰু চৰিত্ৰত অভিনয় কৰা শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ অভিনয়ৰ অংশ সম্পূৰ্ণৰূপে আঁতৰাই পেলাব ঘোষণা কৰিলে ৰাজেশ ভূঞাই Rhino Times

08/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ ২০ দিনৰ পাছত ভাতৃ সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ Rhino Times

জুবিন গাৰ্গৰ মৃত্যুৰ ২০ দিনৰ অন্তত গ্ৰেপ্তাৰ হ’ল তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ। CID কাৰ্যালয়ত বহুদিনীয়া জেৰাৰ অন্তত আজিৰ দিনত গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক। তেওঁক ইতিমধ্যে CJM আদালতত লৈ যোৱা হৈছে। SIT-য়ে সন্দীপন গাৰ্গক নিজৰ জিম্মাত বিচাৰ কৰিবলৈ আবেদন জনাব বুলি জনা গৈছে।

07/10/2025

এইটো হিমন্ত বিশ্ব শৰ্মাৰ ২০১৬ চনৰ ৪ নৱেম্বৰৰ ফেচবুক পোষ্ট য’ত তেওঁ নিজে শ‍্যামকানু মহন্তই দিল্লীত অনুষ্ঠিত কৰা নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে আৰু সকলোকে তালৈ যাবলৈ অনুৰোধ জনাইছে। এতিয়া সকলো অসমীয়া শ‍্যামকানুৰ বিৰুদ্ধে যোৱাত মুখ‍্যমন্ত্ৰীয়ে তেওঁক চিনি নোপোৱাৰ ভাও ধৰিছে। বন্ধু হ’লে বিপদ- সম্পদে সকলোতে থাকিব লাগে। বন্ধু এজন বিপদত পৰিলে উল্টা মাৰি দিয়াটো ভাল কথা নহয় দেইঃ
Rhino Times

06/10/2025

চকুৰ পলকতে ধ্বংস হৈ গৈছে দাৰ্জিলিং Rhino Times

06/10/2025

আজি ধনৰ অধিষ্ঠাত্ৰীদেৱী মহালক্ষ্মী পূজা
আজি ধৰালৈ নামি আহিব মা লক্ষ্মী
ধন-সম্পত্তি আৰু সমৃদ্ধিৰৰে ভৰিব ঘৰ
আজি দেৱী মালক্ষ্মী স্বৰ্গৰ পৰা নামি আহে ধৰালৈ Rhino Times

06/10/2025

'মই জুবিন দাৰ লগত ২০২৪ৰ পৰা আছো"
"CID অফিচত উপস্থিত জুবিনৰ কেয়াৰ টেকাৰ অভিমণ্যুৰ মন্তব্য
কি ক'লে অভিমন্যুই? Rhino Times

05/10/2025

"‘জুবিনে ন্যায় নোপোৱা পৰ্যন্ত আমি চুপ নাথাকিম’ — পাৰ্থ প্ৰতীম গোস্বামীৰ বিস্ফোৰক মন্তব্য"

"জুবিনে নয়ায় পোৱাৰ ক্ষেত্ৰত আমাক যি সুধিব আমি ক'মেই'

'জুবিনৰ লগত কিমান দিনৰ বন্ধুত্ব, কিমান দিনৰ চিনাকি সেইবোৰ কথাই সুধিছে'

'আমিয়ে অন্ধকাৰত থাকিলো, মই এতিয়াও বাৰে বাৰে কৈছো আমি শেষৰখন show লৈকে আমাৰ ব্ৰেণ্ডৰ কোনোৱেই নাজানে কিমান টকাত এখন show হয়': বাদ্যযন্ত্রী শিল্পী পার্থ প্রতীম গোস্বামী

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Rhino Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rhino Times:

Share