Humara Northeast

Humara Northeast Social Activity

25/06/2025
আন্তৰ্জাতিক ৰঙ ম'হোৎসৱ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অকণিৰ মেল প্ৰতিষ্ঠানৰ পৰা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ...
04/05/2025

আন্তৰ্জাতিক ৰঙ ম'হোৎসৱ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অকণিৰ মেল প্ৰতিষ্ঠানৰ পৰা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান "১ মে', ২০২৫ তাৰিখে" ⚘️
এই অনুষ্ঠানত আন্তৰ্জাতিক স্তৰত প্ৰতিষ্ঠানৰ গৌৰৱ বৃদ্ধি কৰা ছাত্ৰ-ছাত্ৰীসকলক আদৰ আৰু মান্যতা জনোৱা হ'য়। তেওঁলোকৰ সৃষ্টিশীলতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে পোৱা সফলতাৰ বাবে অভিনন্দন জনাই বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হ'য়।

22/04/2025
15/04/2025

👏
Weldone Ranuda & team damage control done for Panab Mukherjee 👍
Thanks to Monoranjan Sinha, Hemchandra Chatterjee, Amit Sinha & Sibu Sinha👏

20/03/2025

গুয়াহাটিৰ সুপারমার্কেটস্থিত আনন্দ একাডেমী দিসপুৰত অকণিৰর মেল আর্ট অ্যান্ড ক্রাফট স্কুলৰ সৌজন্যত স্বর্গীয় সুধন্য সিংহৰ স্মৃতিত বিষ্ণুপ্রিয়া মনিপুরী ভাষা শহীদ সুদেষ্ণা সিনহাৰ ২৯ তম মৃত্যু দিবস পালন ১৬-০৩-২০২৫🙏

Address

Guwahati

Telephone

+919093209321

Website

Alerts

Be the first to know and let us send you an email when Humara Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Humara Northeast:

Share