Sarvin Entertainment

Sarvin Entertainment Creative Media Production & marketing.

এজন দৰাৰ লগত দুবাৰ বিয়া , দ্বিতীয়খন বিয়া অলপ সুকীয়া-- কইনাৰ গৰ্ভত আঠমহীয়া সন্তান । উৰুলি মংগল ধ্বনি,  বেদমন্ত্ৰ,  হ...
22/09/2021

এজন দৰাৰ লগত দুবাৰ বিয়া , দ্বিতীয়খন বিয়া অলপ সুকীয়া-- কইনাৰ গৰ্ভত আঠমহীয়া সন্তান । উৰুলি মংগল ধ্বনি, বেদমন্ত্ৰ, হোম যজ্ঞৰ মাজেৰে বিয়া । বিশেষকৈ অসমীয়া ব্ৰাহ্মন সমাজত প্ৰচলিত এই বিয়াৰ নাম 'পুংখবন ' বা 'পোহনবিয়া ' ।
বৰ্তমান যান্ত্ৰিকতাৰ ধামখুমীয়াত মুস্তিমেয় কিছু লোকৰ মাজতহে চলি অহিছে এই প্ৰথা ।
wall ৰ পৰা

  :)
20/09/2021

:)

19/09/2021

Kapil Sharma comedy with Aishwarya Rai

Gd morning :D
23/05/2021

Gd morning :D

04/01/2021

বহুদিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিছো। আকৌ আগৰ দৰে নিয়মিয়াকৈ বিলাক দি যাম।

ৰুমী শৰ্মা বৰঠাকুৰ ৰ wall ৰ পৰা Copiedস্মৃতি  দিৱসৰ  শ্রদ্ধাঞ্জলী        আজি অসমৰ সকলোৰে পৰিচিত সুসাহিত্যিক তথা নটসৈনিক ...
09/12/2020

ৰুমী শৰ্মা বৰঠাকুৰ ৰ wall ৰ পৰা Copied
স্মৃতি দিৱসৰ শ্রদ্ধাঞ্জলী

আজি অসমৰ সকলোৰে পৰিচিত সুসাহিত্যিক তথা নটসৈনিক শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰঠাকুৰ দেৱৰ মৃত্যুদিন ( ৯ ডিচেম্বৰ -২০০৫) ।
সমাজ সচেতন নাট্যকাৰ জনে নিৰহংকাৰ আৰু সততাৰে সহজ সৰল জীৱন অতিবাহিত কৰি যি সাহিত্য সৃষ্টি কৰিছিল তাত নিহিত হৈ আছে নৱ প্ৰজন্মৰ প্ৰতি আশা আৰু প্ৰেৰণা । তেখেত আছিল একেধাৰে গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক, নিবন্ধকাৰ,নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্য ৰচক তথা কাকতৰ সম্পাদক । অৱশ্যে, অসমৰ মানুহৰ হৃদয়ত নাট্যকাৰ হিচাপেই পৰিচিত ।
সাম্প্ৰতিক ৰাজনৈতিক, সামাজিক জীৱনৰ প্ৰমূল্যৰ অৱক্ষয়ৰ স্বৰূপ দাঙি ধৰা 'জন্ম' নাটকেৰে নাট্যকাৰৰ পৰিচয় আৰম্ভ কৰা মানুহ ভালপোৱা ,সদাহাস্য ব্যক্তিজনে শিমলু-চন্দন, পিতামহৰ শৰ-শয্যা, শিপা,শৰাগুৰি চাপৰি, মূখ্যমন্ত্ৰী, মাজনিশাৰ চিঞৰ,মহাবিৰ চিলাৰায়, আইদেউ সন্দিকৈ, বিষ্ণু প্ৰসাদ ,ডাইনীৰ প্ৰেম, মহাত্মাকে আদি কৰি অনাতাঁৰ, ভ্ৰাম্যমাণ তথা দূৰদৰ্শনৰ ( ধাৰাবাহিক, ব্যংগ চিত্ৰ, টেলিফ্লিম, ) বাবে শতাধিক নাটক লিখি গ'ল । তেনেকৈ লিখি গ'ল- আঠখন উপন্যাস, তিনিখন চুটিগল্পৰ সংকলন, এঘাৰখন চিত্ৰনাট্য ,অনুবাদ সাহিত্য, ব্যংগৰচনা আৰু একমাত্ৰ শিশু পুথি (পনীয়া সোণৰ দেশ) আৰু বাতৰি কাকত, আলোচনী আদিলৈ বহুতো প্ৰবন্ধৰে নিজৰ মানবীয় অনুভূতি প্ৰকাশ কৰি গ'ল । বহুজন সাহিত্যিক সমালোচকৰ ভাষাৰে ক'ব লাগিব যে - মহেন্দ্ৰ বৰঠাকুৰৰ নাটক অবিহনে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতে পূৰ্ণতা নাপায় । জীৱনৰ শেষ সময়ত বাক ৰূদ্ধ (ৰোগৰ বাবে) হৈও কলমেৰে নিজৰ সৃষ্টি অব্যাহত ৰাখিছিল । সংগীত নাটক একাডেমিৰ লগতে আন বহু বটাঁ বাহনৰ পৰা বঞ্চিত হৈও আক্ষেপ নথকা এই বৰেণ্য ব্যক্তিজনৰ বাবে মানুহৰ মৰম আদৰেই আছিল সকলোৰে উৰ্দ্ধত আৰু আজি সেইবাবেই তেখেতৰ সৃষ্টিয়েই তেখেতক জীয়াই ৰাখিছে ।
আজি এই মহান নাট্যকাৰ জনৰ মৃত্যু দিৱসত একাঁজলি শ্রদ্ধাঞ্জলি নিবেদন কৰিলো ।

ৰুমী শৰ্মা বৰঠাকুৰ
৯ ডিচেম্বৰ ২০২০ গুৱাহাটী

অসমলৈ অসামান্য অৱদান যোগোৱা Rundra Barua দেৱৰ  আজি ৯৪’তম জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুৱঁৰিছো Happy 94 th birthday Luitkonwar...
26/11/2020

অসমলৈ অসামান্য অৱদান যোগোৱা Rundra Barua দেৱৰ আজি ৯৪’তম জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুৱঁৰিছো
Happy 94 th birthday Luitkonwar Rudra Barua!

আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈ  #দিয়েগ_মাৰাদোনা আৰু নাই।    তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
25/11/2020

আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈ #দিয়েগ_মাৰাদোনা আৰু নাই।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Happy birthday Papon
24/11/2020

Happy birthday Papon

লাচিত-দিৱস (বান-লা-চিত) সম্পাদনা কৰকপ্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অস...
24/11/2020

লাচিত-দিৱস (বান-লা-চিত) সম্পাদনা কৰক
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (বান-লা-চিত) (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়

RIP
23/11/2020

RIP

Address

Rajgarh Link Road, Opp. Bihutoli Field
Guwahati
781007

Telephone

+919706381992

Website

Alerts

Be the first to know and let us send you an email when Sarvin Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sarvin Entertainment:

Share