NETV

NETV Breaking News, In-Depth Analysis, and Unparalleled coverage of the NorthEast Region and Beyond.
(1)

19/07/2025

NETV SUPERFAST HEADLINES
Follow NETV

19/07/2025

অভিনয় জগতক কন্দুৱাই গৈ গ'ল দক্ষিণাত্যৰ জনপ্ৰিয় কৌতুক অভিনেতা ফিচ ভেংকট। অৰ্থৰ অভাৱ আৰু চিকিৎসাৰ সঠিক ব্যৱস্থাৰ নথকাৰ বাবে ৫৩ বছৰ বয়সতে মৃত্যুক আলিঙ্গন। এক সময়ত সকলোৰে মুখত হাঁহি অনা অভিনেতাগৰাকীৰ জীৱনৰ অন্ত হল দু:খজনক।
Follow NETV

বিজেপি, AIUDF, UPPLৰ ৮০ কৰ্মীৰ BPFত যোগদানFollow NETV
19/07/2025

বিজেপি, AIUDF, UPPLৰ ৮০ কৰ্মীৰ BPFত যোগদান
Follow NETV

19/07/2025

AMSU (All Assam Minority Students' Union)-ৰ গৰ্জন ৩.০ এইবাৰ অধিক জোৰদাৰ। ১ কোটি ৪০ লাখ মুছলমানে একতাৰ বার্তা দিবলৈ সাজু। উচ্ছেদৰ বিৰুদ্ধে AMSU-ৰ ভয়ংকৰ আন্দোলনৰ হুঁচাৰি। অসম চৰকাৰৰ ভূমিহীন সংখ‍্যালঘুসকলক অন্যায়ভাৱে উচ্ছেদ কৰাৰ বিৰুদ্ধে AMSU-য়ে ২১ টা পইণ্টত চুপ্ৰীম কোর্টত দাখিল কৰিছে আবেদন। এই ইস্যুত উত্তাল হ'ব পাৰে সমগ্ৰ অসম। সম্পূৰ্ণ খবৰ চাবলৈ ভিডিঅ’টো সম্পূৰ্ণ চাওক।
Follow NETV

19/07/2025

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ গৌৰৱ গগৈৰ ওপৰত কঠোৰ প্ৰহাৰ। কয়— “ফোন কৰিলেও গৌৰৱ গগৈয়ে নধৰে, কেৱল তাচ্ছিল্য-অপমান হে কৰে।” মুখ্যমন্ত্ৰী পাতিবলৈ নহয় এই মিত্ৰতা— স্পষ্ট মন্তব্য অখিল গগৈৰ। কংগ্ৰেছ-ৰাইজৰ দলৰ সম্ভাৱ্য মিত্ৰতা লৈ ৰাজনৈতিক টানপোৰা তীব্ৰ হৈছে।
Follow NETV

19/07/2025

যোৱা নিশা দলগাঁৱৰ বেছিমাৰীত ভোট নিদিয়াক লৈ কংগ্ৰেছৰ দুটা গোটৰ মাজত ভয়ংকৰ সংঘাত। মহিলা কাউন্সিলাৰ জেচমিনা বেগম আৰু তেওঁৰ স্বামীক উঠাই লৈ প্ৰহাৰ কৰে নিজ গোটৰ কংগ্ৰেছী নেতাই। আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ আনে। ঘটনাটোৱে অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনা।
Follow NETV

19/07/2025

হংকঙৰ শিল্পীৰ সৃষ্টি 'Labubu Doll' বৰ্তমান সোচিয়েল মিডিয়াত হু-হুতি ভাইৰেল। অদ্ভুত চেহেৰা, কিউট লুক আৰু ট্ৰেণ্ডি ষ্টাইলৰ বাবে এই পুতলাৰ দাম উঠিছে লাখ টকালৈ। ৰিহানা, দুয়া লিপা আৰু বলীউড চেলিব্ৰেটিৰ হাতত দেখা গৈছে এই ডল। জানক কিয় ইমান পপুলাৰ হ’ল Labubu!
Follow NETV

😊সুপ্রভাত😊Follow NETV
19/07/2025

😊সুপ্রভাত😊
Follow NETV

😊𝐆𝐨𝐨𝐝 𝐌𝐨𝐫𝐧𝐢𝐧𝐠 𝐍𝐨𝐫𝐭𝐡𝐄𝐚𝐬𝐭😊Follow NETV
19/07/2025

😊𝐆𝐨𝐨𝐝 𝐌𝐨𝐫𝐧𝐢𝐧𝐠 𝐍𝐨𝐫𝐭𝐡𝐄𝐚𝐬𝐭😊
Follow NETV

18/07/2025

পাইকানত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত ১২ জন মূল অভিযুক্তক হাতকড়া লগাই আদালতত হাজিৰ কৰোৱা হৈছে। এইসকলক স্বাস্থ‍্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক আৰক্ষী জিম্মাত নে ন্যায়িক জিম্মাত ৰাখা হ'ব সেয়া সিদ্ধান্ত ল'ব আদালতে। আনদিকে উত্তেজনাকৰ পৰিস্থিতি সৃষ্টি কৰা আন বহুজনৰ সন্ধানত RAF ৰ অভিযান অব্যাহত আছে।
Follow NETV

18/07/2025

এতিয়াৰে পৰা চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ত ভগৱদ গীতা পাঠ বাধ্যতামূলক কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীয়ে এতিয়া নিয়মিত পাঠ্যক্ৰমৰ লগত গীতাও শিকিব লাগিব।
এই সিদ্ধান্তক লৈ সমাজত সৃষ্টি হৈছে মিশ্ৰ প্রতিক্ৰিয়া।

আপোনাৰ মতামত জনাব—কি গ্রহণযোগ্য নে বিতৰ্কজনক সিদ্ধান্ত?
Folow NETV

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NETV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NETV:

Share