New Assam

New Assam web media house of assam from guwahati assam

03/06/2024

মঙ্গলদৈত এগৰাকী কৰ্তব্যৰত ট্টেফিক আৰক্ষীৰ মহানুভৱতা।
নিজৰ দায়িত্বৰ মাজতে যানজটৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰা ঠেলা চালকক সহায় কৰা দৃশ্যই সকলোকে মোহিত কৰিলে।

বিশিষ্ট শিক্ষাবিদ, কটনৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান৷ GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে৷
18/08/2023

বিশিষ্ট শিক্ষাবিদ, কটনৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান৷
GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে৷

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই৷ জখলাবন্ধাত গখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ ...
16/05/2023

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই৷

জখলাবন্ধাত গখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ৷
জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই ঘটনা৷
UP 78 UT 4518 নম্বৰৰ ট্ৰাকত খুন্দা জোনমণি ৰাভাৰ বাহনৰ৷ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা৷

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ IC আছিল জোনমণি ৰাভা৷
পুৱতি নিশা ঘটনাস্থলীত উপস্থিত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে৷
জখলাবন্ধা চিকিৎসালয়ত ৰখা হৈছে জোনমণি ৰাভাৰ মৃতদেহ৷

📌দেশৰ ভিতৰতে ISCপৰীক্ষাৰ শীৰ্ষত গুৱাহাটীৰ ৰিয়া আগৰৱাল।📌৪০০ৰ ভিতৰত পালে ৩৯৯নম্বৰ।
15/05/2023

📌দেশৰ ভিতৰতে ISCপৰীক্ষাৰ শীৰ্ষত গুৱাহাটীৰ ৰিয়া আগৰৱাল।
📌৪০০ৰ ভিতৰত পালে ৩৯৯নম্বৰ।

অৱশেষত পাকিস্তানত হিন্দু মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে ইমৰাণ খান চৰকাৰে!
22/12/2020

অৱশেষত পাকিস্তানত হিন্দু মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে ইমৰাণ খান চৰকাৰে!

অৱশেষত পাকিস্তানত হিন্দু মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে ইমৰাণ খান চৰকাৰে।

23/11/2020

অতি সংকটজনক তৰুণ গগৈৰ অৱস্থা৷
হিমন্তৰ আৱেগিক মন্তব্য৷

08/10/2020

নগৰবেৰাৰ মালিবাৰীত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিস্ফোৰক মন্তব্য৷

03/08/2020

দলং ভাঙি নদীত পৰিল ১৮জনকৈ লোক ৷
মাজুলীৰ শ্ৰীৰামপুৰৰ ভয়াৱহ দৃশ্য বন্দী হ’ল কেমেৰাত ।

02/08/2020

এই মৃত্যু অপৰাজেয়!
মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালী অঞ্চলৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে অসম চৰকাৰৰ তৰফৰ পৰা ছহিদ পত্নীলৈ ২০ লাখ টকাৰ চেক আগবঢ়াই ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি । নিজে টুইটাৰযোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী...
02/08/2020

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি । নিজে টুইটাৰযোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

31/07/2020

শীঘ্ৰেই আছুৰ নেতৃত্বত ৰাজ্যত ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল ৷

27/07/2020

বিজেপি চৰকাৰক ইংৰাজীতে তুলাধুনা শুকুৰ আলীৰ ৷

Address

Guwahati
781015

Website

Alerts

Be the first to know and let us send you an email when New Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share