31/10/2025
▶তিনিচুকীয়া বোলছবি গৃহত প্ৰদৰ্শন কৰা হৈছে 'ৰৈ ৰৈ বিনালে' বোলছবিখন।
▶ছবি গৃহৰ প্ৰৱেশৰ সময়ত প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি দৰ্শক সকলে সোমাইছে চিনেমা চাবলৈ।
▶বিখ্যাত কণ্ঠশিল্পী জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' সপোনৰ বোলছবিখন অন্তিম বোলছবি। প্ৰত্যেকজন দৰ্শকৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে।