Janamath Axom _জনমত অসম

Janamath Axom _জনমত অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Janamath Axom _জনমত অসম, Media/News Company, Hojai, Guwahati.

নীলবাগান ভেটেনাৰী হস্পিতেলৰ চিকিৎসক সফিকুৰ ৰহমান লস্কৰৰ আকস্মিক মৃত্যু। আজি নিশা প্ৰেচাৰ ষ্ট্ৰোক হৈ তেখেতৰ মৃত্যু হয়।
27/02/2025

নীলবাগান ভেটেনাৰী হস্পিতেলৰ চিকিৎসক সফিকুৰ ৰহমান লস্কৰৰ আকস্মিক মৃত্যু। আজি নিশা প্ৰেচাৰ ষ্ট্ৰোক হৈ তেখেতৰ মৃত্যু হয়।

হোজাই হাম হস্পিটেলৰ (HAMMH) গাণনিক বিষয়া  আলা উদ্দিন ডাঙৰীয়া আৰু আমাৰ মাজত নাই।   বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ...
24/01/2025

হোজাই হাম হস্পিটেলৰ (HAMMH) গাণনিক বিষয়া আলা উদ্দিন ডাঙৰীয়া আৰু আমাৰ মাজত নাই।
বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে।
হাম হস্পিতেলৰ প্ৰতিষ্ঠা কালৰ পৰা আলা উদ্দিন ডাঙৰীয়া গাণনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

03/01/2025

Cricket Live

28/11/2024
18/11/2024

প্ৰবীন চি পি আই(এম) নেতা বিপুল সেনৰ দেহাৱসান । বাৰ্ধক্যজনিত কাৰনত দেহাৱসান ঘটে নেতা গৰাকীৰ ।কাইলৈ পূৱা নগাওঁ‌ মেডিকেল কলেজত দেহদান কৰা হব নেতা গৰাকীৰ।

পশ্চিম নীলবাগান লস্কৰপট্টি নিবাসী নীলবাগান চোহানা হোটেলৰ স্বত্বাধিকাৰী ও মৰহুম মুদৰিছ আলি লস্কৰৰ তৃতীয় পুত্ৰ স্বৰীফ  উদ...
13/11/2024

পশ্চিম নীলবাগান লস্কৰপট্টি নিবাসী নীলবাগান চোহানা হোটেলৰ স্বত্বাধিকাৰী ও মৰহুম মুদৰিছ আলি লস্কৰৰ তৃতীয় পুত্ৰ স্বৰীফ উদ্দিন লস্কৰ ওৰফে (হৰুনেনা ) ভাইৰ যোৱা ৰাতি ০৪:২০ মিনিটত ইহলীলা সম্বৰণ কৰে। মৰহুমৰ জানাজাৰ নামাজ আজি আছৰৰ নামাজৰ পিছত নীলবাগান ঈদগাহ ময়দানত আদায় কৰা হ'ব।

05/11/2024

নীলবাগান মডেল উঃ মাঃ বিদ্যালয়ত বোৰ্খা পৰিধান কৰা নৃত্যক লৈ বিতৰ্ক৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সংবাদমেল৷

03/11/2024

হোজাই চহৰত MIDTOWN HOSPITAL ৰ শুভাৰম্ভনি । জ্যেষ্ট প্ৰসূতি চিকিৎসক ডাঃ বদৰুল হকৰ তত্বাৱধানত মুকলি কৰা হয় হস্পিতেল খন ।

29/10/2024

শিক্ষকৰ বিৰুদ্ধে কৰ্তব্য ফাঁ‌কিৰ অভিযোগ ৰাইজৰ

21/10/2024

কোৰআন,হাদিছ আৰু নবী(ছঃ) ক লৈ মুস্তাফা কামাল আজহাৰী নামৰ ব্যক্তিয়ে বিকৃত ব্যাখা দিয়াক লৈ যুৱ সমাজক কি আহ্বান জনালে মৌলানা আব্দুল বাছিত কাছিমীয়ে।

18/10/2024

অসম ৰাজ্য ভাষা আইন ১৯৬০ প্ৰয়োগৰ দাবীত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ হোজাই জিলা সাহিত্য সভাৰ স্মাৰক পত্ৰ।

Address

Hojai
Guwahati
782445

Website

Alerts

Be the first to know and let us send you an email when Janamath Axom _জনমত অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share