Ne Time 24

Ne Time 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ne Time 24, Digital creator, Guwahati.

20/08/2026

জুবিন গাৰ্গৰ কাষত বহি গৰিমাই থিয়েটাৰ চাই আছিল, হেঙুলৰ মঞ্চত চলি আছিল ‘ঈশ্বৰ পুত্ৰ’, দেখুৱাইছিল জুবিন গাৰ্গৰ অন্তিম যাত্ৰা, চকুপানী ধৰি ৰাখিব নোৱাৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নীয়ে

l l l

18/08/2026

মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰ সলাই থাকে। মুখ্যমন্ত্ৰীৰ কঁপাল ভাল, কেতিয়াবা টেঙা আমো খায় আৰু কেতিয়াবা নাৰিকলৰ লাড়ুও খায়। কিন্তু মোৰ ক্ষেত্ৰত তেওঁৰ সুৰ সলনি নহয়।' বিধায়ক অখিল গগৈক উদ্দেশ্য কৰি আৰু কলে সাংসদ গৌৰৱ গগৈয়ে

📌যোৰহাটৰ ড্ৰাগছ পাৰ্টীত অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ।
18/08/2026

📌যোৰহাটৰ ড্ৰাগছ পাৰ্টীত অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ।

18/08/2026

'বদনাম হ'লো যেতিয়া মই তালৈ পলাই যামেই।' স্বামীৰ সন্মুখত প্ৰেমিকক এৰিব নোৱাৰো বুলি স্পষ্ট কৰি দিলে পত্নীয়ে। স্বামীয়ে ক'লে 'অ মইনা মোৰ কোনো নাই, তই তালৈ নাযাবি।' ঘটনা বোকাখাতৰ...

17/08/2026

📌৮ বজাত ঘৰলৈ আহিম বুলি কোৱা যোৰহাটৰ
📌অস্নেষা শইকীয়াৰ সৈতে কি হৈছিল ?
📌কোনে শেষ কৰিলে ১৮ বছৰীয়া ছোৱালী জনীক ?

17/08/2026

যি খন ঘৰত সৃষ্টি হৈছিল জোনবাইৰ জোনালি , সেই খন ঘৰত ২২ বছৰৰ পিছত উপস্থিত হ'ল ‘জোনবাই’ৰ জোনালি খ্যাত গায়ত্ৰী মহন্ত।

16/08/2026

কন্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতা কলিতাই সামাজিক মাধ্যমত আগবঢ়াইছে স্পষ্টীকৰণ। বাতিল হোৱা অনুষ্ঠানৰ বাবে কোন জগৰীয়া সকলো কথা বিৱৰি ক'লে দুই ভগ্নীয়ে। শুনক তেওঁলোকৰ ভাষ্য।

৮০ সংখ্যক স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা দেশৰ প্ৰতিগৰাকী জনতালৈ।
14/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা দেশৰ প্ৰতিগৰাকী জনতালৈ।

13/08/2026

বানাক্ৰান্ত ৰাইজক সহায় কৰা নামত ধন তুলি অপব্যৱহাৰ কৰা কোনজন streamer ক এনেকৈ কটাক্ষ কৰিলে গায়ক নীলোৎপল বৰাই??

13/08/2026

জ্যেষ্ঠ অভিনেত্রী চেতনা দাসে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ পৰা আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে 'সংগীত নাটক একাডেমী বঁটা-২০২৫'

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ne Time 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share