Channel NorthEast

Channel NorthEast Channel North East is one of the Assam’s leading news channel. Please follow up page to watch live

24/09/2026

ভগৱান শিৱৰ ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অংকন এগৰাকী চিত্ৰশিল্পীৰ। জুবিনক্ষেত্ৰত চিত্ৰশিল্পীগৰাকীয়ে প্ৰদৰ্শন কৰে এই বিশেষ ছবিখন।

24/09/2026

🚨যুদ্ধ বিমানেৰে চীনৰ ৰাষ্ট্ৰপতিক স্বাগতম ডনাল্ড ট্ৰাম্পৰ
👉জিনপিঙৰ মুৰৰ ওপৰেদি উৰিল যুঁজাৰু বিমান
👉প্ৰায় এটা দশকৰ পিছত আমেৰিকাত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি
👉বিমান বন্দৰলৈ গৈ জিনপিঙক আদৰিলে ট্ৰাম্পে

24/09/2026

🚨কংগ্ৰেছৰ কোন এৰ'নটিকেল ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ক্ষোভ মন্ত্ৰী পীযূষ হাজৰীকাৰ?
👉হায়াৰ চেকেণ্ডেৰী পঢ়া কোন প্ৰাৰ্থীয়ে নিজকে ইঞ্জিনিয়াৰ বুলি কয়?
👉এয়াৰপ'ৰ্টৰ গ্ৰাউণ্ড ষ্টাফত কাম কৰি কোন কংগ্ৰেছীয়ে ইঞ্জিনিয়াৰ বুলি পৰিচয় দিয়ে?
👉ৰাজহুৱা সভাত সেই কংগ্ৰেছীক তীব্ৰ সমালোচনা মন্ত্ৰী পীযূষ হাজৰীকাৰ

24/09/2026

ব্রহ্মকুমাৰীয়ে আমাৰ সনাতন ধৰ্ম ধ্বংস কৰি আছে । সঞ্জয় আগৰৱালাৰ ভাষ্য

23/09/2026

🚨 ৰাজপথত দেশী ঘীৰ বান
👉 মোৰাদাবাদৰ ৰাজপথত বাগৰি পৰিল এখন দেশী ঘী কঢ়িয়াই নিয়া ট্ৰাক
👉 ৰাজপথত বাগৰি পৰা ঘী বুটলিবলৈ হেতাওপৰা লগালে একাংশ লোকে

23/09/2026

🟥আলফা (স্বাঃ)ত যোগদান কৰিবলৈ গৈ আটক হ’ল এজন যুৱক
🟥নগালেণ্ডৰ মন জিলাৰ পৰা চৰাইদেউ আৰক্ষীয়ে আটক কৰে যুৱকজনক
🟥যুৱকজন ডিব্ৰুগড়ৰ মাহমৰাৰ শ্যামল দানাহ

23/09/2026

🔹প্ৰাণৰ শিল্পীগৰাকীক জানো বিদায় দিব পাৰি, এনেদৰেই জুবিন গাৰ্গৰ শেষ যাত্ৰাত কান্দি উঠিছিল আৰক্ষী বিষয়াই

23/09/2026

🚨'পীয়ুষ হাজৰীকা দুখীয়া মানুহ'
👉'দুখীয়া মানুহে ডাঙৰ সপোন দেখি লাভ নাই'
👉জাগীৰোডত পীয়ুষ হাজৰীকাক প্ৰত্যাহ্বান আজমলৰ
👉পীয়ুষ হাজৰীকাৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰো একো কাম নাই
👉দিল্লীত গৈ কথা কব নোৱাৰে দেৱাশীষ শৰ্মাই
👉ইয়াত কলমা গাই লাভ নাই

23/09/2026

🚨 ‘ৰাইজ কংগ্ৰেছৰ গোলাম নহয়, কংগ্ৰেছ ৰাইজৰ গোলাম’
👉 ‘কংগ্ৰেছৰ আধিপত্য আছিল, এতিয়া নাই’
👉 ‘মই কোন হয় ইয়াত চিনাকি দিব লগীয়া হোৱা নাই’
👉 ‘গোটেই মানুহে মোক চিনি পায়, যথেষ্ট সঁহাৰি পাইছো’
👉 ‘ৰাইজৰ এই সঁহাৰিত মই নিশ্চিয় এই দেওনা পাৰ হৈ যাম’
👉 নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰাৰ্থী ইউনুছ তামুলীৰ প্ৰচাৰ

Address

Guwahati
781028

Alerts

Be the first to know and let us send you an email when Channel NorthEast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share