ASSAM MEDIA 98

ASSAM MEDIA 98 ASSAM MEDIA 98

▪️সকলো মিঞা মুছলমান অচিনাকী নহয়। ▪️১৯৫১ৰ  আগত অহা মুছলমানসকল খিলঞ্জীয়া। ▪️মিঞা মুছলমানক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ।
10/02/2026

▪️সকলো মিঞা মুছলমান অচিনাকী নহয়।
▪️১৯৫১ৰ আগত অহা মুছলমানসকল খিলঞ্জীয়া।
▪️মিঞা মুছলমানক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ।

01/01/2026

সকলোকে ইংৰাজী নতুন বছৰ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা জনাইছো । বছৰটো সকলোৰে কাৰণে সুখ, শান্তি আৰু সমৃদ্ধিৰ হওঁক, তাৰ বাবে দোৱা / প্ৰাৰ্থনা কৰিছোঁ ।
Wishing you all a happy prosperous new year 2026
ASSAM MEDIA 98

ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য
01/12/2025

ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য

কাটিগড়াৰ বিজেপি নেতা সত্যজিৎ দাসে বাছি ল'লে চৰম পন্থা
01/12/2025

কাটিগড়াৰ বিজেপি নেতা সত্যজিৎ দাসে বাছি ল'লে চৰম পন্থা

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৫.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। ১০ বাজি ১০মিনিটত অনুভূত জোকাৰণি। ৰিখটাৰ স্কেলত ...
21/11/2025

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৫.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। ১০ বাজি ১০মিনিটত অনুভূত জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.২। ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশ।
ASSAM MEDIA 98

▪️কণমানিৰ সৈতে জঘন্য কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট অখিল বৰ্মন। ▪️৬০ বছৰীয়া লম্পট অখিল বৰ্মনক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষীৰ।
20/11/2025

▪️কণমানিৰ সৈতে জঘন্য কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট অখিল বৰ্মন।
▪️৬০ বছৰীয়া লম্পট অখিল বৰ্মনক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষীৰ।

গুজৰাটত অনুষ্ঠিত সৰ্বভাৰতীয় জমিয়তৰ এক গুৰুত্বপূৰ্ণ সভা, অংশগ্ৰহণ কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন...
02/11/2025

গুজৰাটত অনুষ্ঠিত সৰ্বভাৰতীয় জমিয়তৰ এক গুৰুত্বপূৰ্ণ সভা, অংশগ্ৰহণ কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে।

▪️মুক্তিৰ এটা দিনতেই 'ৰৈ ৰৈ বিনালে'ৰ উপাৰ্জন ২কোটি ৫০লাখ টকা। ▪️অসমীয়া ছবিজগতত ইতিহাস। বলীউডৰ বহু জনপ্ৰিয় ছবিৰো ৰেকৰ্ড ক...
02/11/2025

▪️মুক্তিৰ এটা দিনতেই 'ৰৈ ৰৈ বিনালে'ৰ উপাৰ্জন ২কোটি ৫০লাখ টকা।
▪️অসমীয়া ছবিজগতত ইতিহাস।
বলীউডৰ বহু জনপ্ৰিয় ছবিৰো ৰেকৰ্ড কৰিলে ভংগ।
▪️অসমৰ সকলো ছবিগৃহত এটা মাহলৈ হাউচফুল।

Congratulations to Ruhana Ahmed
29/10/2025

Congratulations to Ruhana Ahmed

29/10/2025

Address

Guwahati

Telephone

+916026545197

Website

Alerts

Be the first to know and let us send you an email when ASSAM MEDIA 98 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share