Manjula

Manjula I am Dr Manjula ( PhD in Anthropology) This page contains both education and entertainment.

19/09/2025
19/09/2025
19/09/2025
19/09/2025
कृष्ण जन्माष्टमी की बहुत-बहुत बधाई
26/08/2024

कृष्ण जन्माष्टमी की बहुत-बहुत बधाई

🥀
24/01/2024

🥀

10/10/2023

নমস্কাৰ।
বহুদিনৰ মূৰত আপোনালোকৰ সৈতে কিছু অভিজ্ঞতাৰ আদান-প্ৰদান কৰোঁ বুলি আহিলোঁ😊🙏

সুপ্ৰভাত🌹🌹নেমকেয়াৰ হস্পিটেলত শহুৰ-দেউতাৰ অপাৰেশ্যনৰ বাবে থকা সাতদিনত সময়ৰ সদ্ব্যৱহাৰ কৰিলোঁ 😊❤️👇🏽
03/10/2023

সুপ্ৰভাত🌹🌹
নেমকেয়াৰ হস্পিটেলত শহুৰ-দেউতাৰ অপাৰেশ্যনৰ বাবে থকা সাতদিনত সময়ৰ সদ্ব্যৱহাৰ কৰিলোঁ 😊❤️👇🏽

-srizon2049

I've just reached 10K followers! Thank you for continuing support. I could never have made it without each and every one...
30/09/2023

I've just reached 10K followers! Thank you for continuing support. I could never have made it without each and every one of you. 🙏🤗🎉

28/09/2023

সুপ্ৰভাত🌹♥️🌹

কালি মোৰ বিশেষ দিনটো স্মৰণীয়ভাৱে বিশেষ কৰি তোলা আপোনালোকৰ মৰম-আদৰেই মোৰ জীয়াই থকাৰ প্ৰেৰণা। হঠাতে অহা বহু ঘাত-প্ৰতিঘাতেও যেন মোক টলাব পৰা নাই কেৱল এই মৰমৰ বাবেই। চিৰ কৃতজ্ঞ হৈ ৰ'ম এই চেনেহ, শুভ কামনা, আশীৰ্বাদৰ বাবে। হিয়া উজাৰি ধন্যবাদ জ্ঞাপন কৰিও যে এই মৰমৰ প্ৰতিদান কেতিয়াও দিব নোৱাৰিম। আজীৱন এই মৰম যেন জীৱন যুঁজত জয়ী হোৱাৰ সাক্ষী হৈ ৰয়.......🙏🙏

22/09/2023

সুপ্ৰভাত🌷🌷
স্মৃতিৰ সৰাপাত বুটলি......😊♥️♥️

21/09/2023

সুপ্ৰভাত😊🌹♥️
বৈবাহিক জীৱনৰ ৰূপালী জয়ন্তী বৰ্ষত মনৰ কিছু অনুভৱ আপোনালোকলৈ আগবঢ়ালোঁ লগতে আহি থকা দিনবোৰো যেন যুগ্ম ভাৱে সুখ-শান্তিৰে পাৰ কৰিব পাৰোঁ তাৰেই কামনা কৰিলোঁ 🙏

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Manjula posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share