Zeal News-Assam

Zeal News-Assam Zeal News Assam is a Media house in Assam. Our Motto is to collect and publish authentic information in the state of Assam without any manipulation.

08/09/2024
--------:সাৱধানবাণী:-------যোৱা দুটা বছৰত আমি সকলোৱে লক্ষণীয়ভাৱে চছিয়েল মিডিয়াত বহুজনক প্ৰচাৰ চলোৱা দেখিছোঁ যে Cripto ...
17/07/2024

--------:সাৱধানবাণী:-------
যোৱা দুটা বছৰত আমি সকলোৱে লক্ষণীয়ভাৱে চছিয়েল মিডিয়াত বহুজনক প্ৰচাৰ চলোৱা দেখিছোঁ যে Cripto Trading আৰু Forex Trading ৰ জৰিয়তে বহুতে বহুত টকা ঘটি আছে। কিন্তু কোনো এজন লোকৰ কথাও এতিয়ালৈকে দীৰ্ঘম্যাদী নহয়, গতিকে আমি নিসন্দেহে কব পাৰি যে এইবিলাক কোনবা দুষ্টচক্ৰই সুপৰিকল্পিত ভাবে ৰচা একো একোটা আঁচনি, যাৰ জৰিয়তে কম সময়ৰ ভিতৰতে বহুত টকাৰ মালিক হোৱাৰ সপোন দেখুৱাই আপোনাৰ আমাৰ কষ্টৰ ধন লুটি লোৱা।
এনেই এটি বৰপেটা জিলাৰ পৰা অহা দুষ্টচক্ৰ যোৱা এবছৰত গুৱাহাটী তথা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা মিছা প্ৰলুভন দি লাখ লাখ টকা লৈ পলায়ন কৰিছে। উল্লেখযোগ্য যে দুষ্টোচক্ৰ টোৱে বেছিভাগ সহজ সৰল মহিলাক Target কৰি লৈ সিহঁতক অতি সহজতে নিজৰ জালত পেলাই বৃহৎ পৰিমাণৰ ধন লুটিছে।
ইতিমধ্যে কেইজনমান ভুক্তভোগীয়ে মিলি উপযুক্ত প্ৰমাণসহ আইনৰ কাষ চাপিবলৈ আগবাঢ়িছে। আমি আশা কৰোঁ আনতিপলমে দোষী চক্ৰটোৰ সকলো সদস্য ধৰা পৰক আৰু উপযুক্ত শাস্তি পাওক।
আমি সকলোৱে ইয়াৰ পৰা সাৱধান হোৱা উচিত যে যদি কোনোবাই এনেকুৱা প্ৰলুভণ দেখুৱাই আপোনাৰ পৰা ধন বিচাৰে তেন্তে অনতীপলমে আপোনাৰ নিজৰ থানা আৰু নিজৰ জিলাৰ Income Tax ৰ office ত কথাটো জনাবলৈ চেষ্টা কৰক যাতে এইবিলাক চক্ৰই সমাজখন ফোপোলা কৰিব নোৱাৰে।
Post টো যিমান পাৰে Share কৰিব ।

20/07/2023

সংগীত পৰিৱেশন কৰি থাকোতে মঞ্চৰ পৰা সৰি পৰিল বাদশ্বাহ৷ সামান্যভাৱে আঘাত পাইছিল যদিও সংগীত পৰিৱেশন কৰি গ'ল বলিউদৰ কন্ঠশিল্পী বাদশ্বাহে৷

19/07/2023

Miya Controversy: মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পুত্ৰক বিলাহী খেতি কৰাৰ পৰামৰ্শ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

19/07/2023

ভয়ংকৰ দৃশ্য !
সাগৰৰ মাজত গৈছিল ফটো তুলিবলৈ।
সন্তানৰ চকুৰ সন্মুখতেই সাগৰৰ ঢৌৱে উটুৱাই লৈ গ'ল পিতৃ-মাতৃক।

15/07/2023

কি যে হব।

  🛑 এইবাৰ হাত দাঙিলে নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলে। ৫ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ মণ্ডলক।
11/07/2023


🛑 এইবাৰ হাত দাঙিলে নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলে। ৫ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ মণ্ডলক।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত ডাঙৰীয়া আৰু নাই । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ ল...
10/07/2023

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত ডাঙৰীয়া আৰু নাই । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।

08/07/2023

বিশেষ নক‌ওঁ,এয়া হৈছে বোকাৰ পদুম।
শুনক,উপলব্ধি কৰক।
এটা ছেয়াৰ কৰি ছোৱালীজনীক আগবঢ়াই দিওঁ আহক।
For Business phone📱 _ 6913234910

আকৌ ফুটিল পানীৰ পাইপ।খাৰঘুলিৰ পিছত ৰাজগড়ত
12/06/2023

আকৌ ফুটিল পানীৰ পাইপ।খাৰঘুলিৰ পিছত ৰাজগড়ত

07/06/2023

Sara Ali Khan के साथ किस खिलाड़ी से प्यार है।
#लवस्टोरी

Address

H. N-01, Niribili Complex
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Zeal News-Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Zeal News-Assam:

Share