07/04/2026
*গোহাৰি*
শ্ৰদ্ধেয় ৰাইজ,
ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা যাই যে ২৩ নং চেঙা বিধান সভা সমষ্টিৰ নিৰ্দলীয় পদ প্ৰাৰ্থী আফটাদুৰ আলী খান ডাঙৰীয়াৰ বিশাল ৰাজহুৱা নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছে।
উক্ত সভা খন সাফল্য মণ্ডিত কৰাৰ উদ্দেশ্যে সমূহ শুভাকাংশীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলো।
*সভাৰ স্থান-*গুমাফুলবাৰি মাদ্ৰাছা খেল-পথাৰ*
*বিয়লি ১২ বজা*
*ধন্যাবাদৰে নিৰ্বাচন পৰিচালনা সমিতিৰ হৈ*
*আফটাদুৰ আলী খান*
*নিৰ্দলীয় পদ প্ৰাৰ্থী, চেঙা *বিধান সভা সমষ্টি*
*জয় চেঙা বিধান সভা সমষ্টি*