News24Axom

News24Axom News and information
(2)

17/08/2026

#গোগামুখৰ মিংমাং বদতিত সংঘটিত হিং*সাত্মক ঘটনা সন্দৰ্ভত চিচিবৰ গাঁৱ সমষ্টিৰ কংগ্ৰেছ নেতা ভাস্কৰ দুৱাৰৰ প্ৰতিক্ৰিয়া...

17/08/2026

#জোনাইত শুভাৰম্ভ “The Doley Kitchen”
#জোনাই আৱর্ত ভৱনৰ বিপৰীত দিশত আজিৰে পৰা শুভাৰম্ভ হ’ল “The Doley Kitchen”
#উচিত মূল্যত এতিয়াৰে পৰা ইয়াত লাভ কৰিব পাৰিব বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ সুস্বাদু জুতি
#নতুনকৈ মুকলি হোৱা “The Doley Kitchen”ৰ শুভ উদ্বোধন কৰে TMPK জোনাই জিলা সমিতিৰ সম্পাদক জান দলেয়ে

17/08/2026

#অৰুণাচলৰ নাৰীৰ
Galo Belt এলেকাত বিভিন্ন কাৰণত বসবাস কৰা মিচিংলোকসকলক তিনিদিনৰ ভিতৰত ঠাই এ*ৰিবলৈ প্ৰস্তাৱ....
#সবিশেষ জানিব চাওঁক এই প্ৰতিবেদন....

16/08/2026

#ধেমাজি জিলাৰ চিচিবৰ গাঁৱক সম-জিলালৈ ঘোষণাক লৈ প্ৰতিক্ৰিয়া চিচিবৰ গাঁৱ বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰ

16/08/2026

#জোনাইত স্বাধীনতা দিৱস দিনাই অত্যাধুনিক ফুটছল(Futsal) গ্ৰাউণ্ড মুকলি কৰে সাংসদ প্ৰদান বৰুৱাই।

#জোনাইৰ শিশু উদ্যানৰ কাষত সাংসদ পূঁজিৰ দ্বাৰা নৱনিৰ্মিত অত্যাধুনিক ফুটছল(Futsal) গ্ৰাউণ্ড স্বাধীনতা দিৱসৰ দিনাই শনিবাৰে সন্ধিয়া শুভাৰম্ভ কৰা হয়
#ফুটছল(Futsal) গ্ৰাউণ্ডখন শুভ উদ্বোধন কৰে লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই
#উপস্থিত থাকে জোনাইৰ বিধায়ক ভূৱন পেগু, চিচিবৰগাও সমষ্টিৰ বিধায়ক জীৱন গগৈ, টি এম পিকে সভাপতি তিলক দলেয়ে
INDEPENDENT CLUB & SOCIETY য়ে উদ্যোগ লোৱা শুভ উদ্বোধন অনুষ্ঠানত জোনাই সম জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, জনপ্ৰতিনিধি লগতে জোনাইৰ বহু ক্ৰীড়াপেমী ৰাইজ উপস্থিত থাকি ফুটচল খেলৰ উপভোগ কৰে

16/08/2026

কোচ-কাবাজৰ এক আকৰ্ষণীয় দৃশ্য....

16/08/2026

#গোগামুখৰ মিংমাং বদতিত সংঘটিত গু*লী চালনা সন্দৰ্ভত যোৱা শনিবাৰে জোনাইত উপস্থিত হৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

16/08/2026

অৰুণাচলৰ দিবাং উপত্যকাত ডাৱৰ বিস্ফো*ৰণৰ পিছত ধাৰাসাৰ বৰষুণ...

16/08/2026

#জোনাইৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখৱৰ
#স্বাধীনতা দিৱস দিনাই শিশু উদ্যানৰ কাষত নতুনকৈ মুকলি হ'ল "ফুটচল গ্ৰাউণ্ড"
#সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে ফিটা কাটি শুভ উদ্ধোধন কৰে

16/08/2026

#স্বাধীনতা দিৱস দিনা ধেমাজি জিলাৰ চিচিবৰ গাঁৱক ৰাজ্য চৰকাৰে ঘোষণা কৰিলে সম-জিলালৈ
#চিচিবৰ গাঁৱ বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈৰ প্ৰতিক্ৰিয়া

Address

Guwahati
781005

Telephone

+918638714021

Website

Alerts

Be the first to know and let us send you an email when News24Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News24Axom:

Shortcuts

Share