North East Breaking News

North East Breaking News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from North East Breaking News, Media/News Company, Guwahati.

14/10/2025

জুবিনবিহীন ২৫টা দিন

14/10/2025
13/10/2025
13/10/2025

📌 ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ছ'চিয়েল মিডিয়াত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
📌 বুলি ছ'চিয়েল মিডিয়াত পোষ্ট গৰিমা গাৰ্গৰ

13/10/2025
"Sometimes a Write-Up Becomes the News Itself""When a Simple Write-Up Turns Into Breaking News"
13/10/2025

"Sometimes a Write-Up Becomes the News Itself"

"When a Simple Write-Up Turns Into Breaking News"

গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেত Zoology ৰ MSc..
‎গিৰিয়েক অসমৰ একেৰাহে ১৫ বছৰৰ মুখ্যমন্ত্ৰী আছিল ,
‎গিৰিয়েক কেন্দ্ৰীয় মন্ত্ৰীও আছিল কেইবা বছৰ ,
‎গিৰিয়েক কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হোৱা স্বত্বেও কোনোদিনে সাত শতৰুৱেও আঙুলি টোৱাৱ পৰা নাই তেখেতলৈ , আজিও ....

‎√ কোনোদিনে গিৰিয়েকৰ ৰাজনৈতিক দলৰ কোনো ৰাজনৈতিক সভা সমিতিলৈ নগ’ল তেখেত ,
‎√ কোনো শ শ বিলাসী ৰিজ’ৰ্ট কিয় , এখন সাধাৰণ হোটেলো নাই তেখেতৰ ,
‎√ ক’তো শ শ অথবা হাজাৰ হাজাৰ বিঘা মাটি কিয় , একঠা মাটিও কাকো বঞ্চিত কৰি লৈ নাপালে তেখেতে ,
‎√ ক’তো এখন চাহ বাগান লৈ নাপালে তেখেতে ,
‎√ ক’তো এখন ইন্টাৰনেচনেল কিয় , ব্যক্তিগত নেচনেল স্কুলো বনাই নাপালে তেখেতে ,
‎√ ক’তো এটা চেটেলাইট চেনেল কিয় , এটা প’ৰ্টেল চেনেলৰো মালিক হৈ নাপালে তেখেত ,
‎√ পুতেক অথবা জীয়েকৰ নামত ক’তো এটা কোম্পানীও খুলি নিদিলে তেখেতে ,
‎√ কোনোদিনে ৰাজ্যিক অথবা কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা টকাও খুজি নানিলে তেখেতে ,
‎√ কোনোদিনে উদ্যোগী মহিলাৰ নাম লৈ নামে বেনামে অগাধ সম্পত্তি নোগোটালে তেখেতে ,
‎√ কোনোদিনে উদ্যোগী মহিলাৰ নাম লৈ চৰকাৰী বেচৰকাৰী মাটি গোগ্ৰাসে গিলাৰ বাবে কোনো এজনো থলুৱা মানুহক উচ্ছেদ কৰি নাপালে তেখেতে ,
‎√ সুদীৰ্ঘ সময়চোৱাত কাৰো ওপৰত মানহানি গোচৰ কিয় , কাকো এষাৰ কটু কথাও কৈ নাপালে তেখেতে ,

‎এতিয়াও তেখেতৰ ঘৰলৈ যাওকচোন , তেখেতৰ সাদৰ মাত এষাৰ আপুনি পাবই ৷ এয়াই সংস্কাৰ ৷
‎হয় , তেখেত #ডলী_গগৈ .....
‎অথচ আন এগৰাকীৰ গিৰিয়েক মাত্ৰ চাৰে চাৰিটা বছৰৰ মুখ্যমন্ত্ৰী ৷ গিৰিয়েক মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা লৈ কি কৰা নাই তেখেতে ? মুখ্যমন্ত্ৰীৰ পত্নীক মানুহে আদৰ্শ হিচাপে ল’ব পাৰিব লাগিছিল ৷ মানুহক সাদৰ মাত এষাৰতো দূৰৈৰ কথা , ৰাজ্যখনৰ মানুহক অনবৰতে কটাক্ষ , ধমকি , মানহানিৰ ভাবুকি ৷ ভাল নালাগে এইবোৰ ৷ মুঠেও হজম নোহোৱা ব্যৱহাৰ ৷
‎ #ডলী_গগৈ বাইদেউ , মাৰ্জনা বিচাৰিছোঁ !

(সংগৃহীত)

12/10/2025
12/10/2025
12/10/2025
12/11/2024

12/11/2024
12/11/2024

Address

Guwahati
781022

Telephone

0361

Website

Alerts

Be the first to know and let us send you an email when North East Breaking News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share