NKTV Plus

NKTV Plus NKTV Plus is a page for the evolved and informed news consumer seeking information and news of Assam in particular and the northeast of India in general.
(4)

Welcome to NKTV Plus – the digital Assamese page of Assamese Satellite News Channel, NKTV Plus.

It is local in essence and seeks to reach a global audience with news, views and opinions on a variety of topics related to Assam; it creates content for the consumption of the citizens of the world who are interested in keeping the

mselves abreast of Assam and northeast India. The page delivers news and information through the whole gamut of delivery vehicles that it sources from its parent Assamese satellite TV channel, NKTV Plus. The page contains videos and web links for dissemination of the news that matter, creating palatable content for the global news consumer. NKTV Plus and its subsidiary digital media, are promoted by successful Assamese entrepreneur Nipon Kumar Talukdar and its young, dynamic group of journalists are steered by the able leadership of veteran and renowned journalist Manoj Kr Goswami.

07/09/2025

07/09/2025

▶️ আবেদন লিখি শেষ হয় কলমৰ চিয়াহী, প্ৰতিবাদেও ঢুকি নাপায়গৈ ৰজাঘৰীয়াক! ‘উন্নয়ন’ বিচাৰি হাবাথুৰি খাইছে এটা অঞ্চলৰ ৰাইজে। ডিমৰীয়াৰ তেতেলীয়া পথাৰ কতজাৰি নেপালীখুটি সংযোগী পথৰ পথৰ দুৰৱস্থা। শীঘ্ৰে পথ মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ।

07/09/2025

▶️ জাগীৰোডত ৰাসৰ আয়োজন। দহালী মকৰীয়া পঞ্চখেলীয়া ৰাস মহোৎসৱত এইবাৰ ১হাজাৰ আয়তীয়ে একেলগে পৰিৱেশন‌ কৰিব থিয়নাম।

07/09/2025
07/09/2025

07/09/2025

▶️ ‘এতিয়া বিজেপিৰ ভেটি লৰিব...’ কিয় সুবিধাবাদী নহ’ল লুৰিণজ্যোতি গগৈ? অগপক কিয় কমেডিয়ান দল আখ্যা লুৰিণজ্যোতিৰ?

07/09/2025

▶️ চাচা আৰু মামা দুয়ো ককাই-ভাই । বদৰুদ্দিনৰ লগত তলাটো থাকে আৰু চাবিটো থাকে মুখ্যমন্ত্ৰীৰ লগত। মামাৰ পিঠি চাচাই, চাচাৰ পিঠি মামাই খজুৱাই দিয়ে। মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলক তীব্ৰ কটাক্ষ অখিল গগৈৰ।

07/09/2025

▶️ সৰভোগত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিকৰ গৰখীয়া গোসাঁই থান দৰ্শন
▶️ মুখ্যমন্ত্রীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত থান দৰ্শন জ্যেষ্ঠ নাগৰিকৰ
▶️ গুৱাহাটী চান্দমাৰীৰ পৰা গৈছিল ৪০ জনীয়া ধৰ্মপ্ৰাণ মহিলাৰ দলটি
▶️ অসম ৰাজ্যিক পৰিবহন নিগমৰ সহযোগত মহিলাসকলৰ তীৰ্থ ভ্ৰমণ
▶️ থান দৰ্শন কৰি আপ্লুত মহিলাসকলে মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ

Address

GS Road
Guwahati
781005

Alerts

Be the first to know and let us send you an email when NKTV Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NKTV Plus:

Share