01/07/2025
তিতাবৰ কনচেপ্ত শিক্ষা প্ৰতিষ্ঠানত দুদিনীয়া গ্ৰীস্মকালীন গ্ৰন্থমেলা।
ছাত্ৰ ছাত্ৰী সকলক কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰাৰৰ এক প্ৰয়াস শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ।
সাধুকথা শুনা, কিতাপ পঢ়াৰ অভ্যাস কমিছে নৱ প্ৰজন্মৰ মাজত।
বৃদ্ধি পাইছে মবাইল ফোনৰ ব্যৱহাৰ।
ফলত গৰম বন্ধৰ দিন কেইটাত ছাত্ৰ ছাত্ৰী সকলে কিতাপ পঢ়িব পৰাকৈ গ্ৰন্থমেলা আয়োজন কৰিছে কনচেপ্ত শিক্ষা প্ৰতিষ্ঠানে।