Assam Central

Assam Central যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
📧 Email: [email protected]

📌গুৱাহাটীৰ নেমকেয়াৰ হস্পতালত মৰ্মান্তিক ঘটনা। 📌চিকিৎসক প্ৰয়াস সিংহলৰ মৃতদেহ উদ্ধাৰ হস্পতাল চৌহদত। 📌প্ৰাৰম্ভিক তথ্য অনু...
02/09/2026

📌গুৱাহাটীৰ নেমকেয়াৰ হস্পতালত মৰ্মান্তিক ঘটনা।
📌চিকিৎসক প্ৰয়াস সিংহলৰ মৃতদেহ উদ্ধাৰ হস্পতাল চৌহদত। 📌প্ৰাৰম্ভিক তথ্য অনুসৰি, তেওঁ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।
📌এই খবৰে হস্পতাল কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগক জোকাৰি গৈছে।
📌ঘটনাটোৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।
📌পুলিচে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

📌গুৱাহাটী মহানগৰীত পুনৰ ভয়াৱহ ভূমিস্খলন। 📌নুনমাটিৰ পিছত এইবাৰ সাতগাঁৱৰ তালতলত পাহাৰ খহি এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে। ...
01/09/2026

📌গুৱাহাটী মহানগৰীত পুনৰ ভয়াৱহ ভূমিস্খলন।
📌নুনমাটিৰ পিছত এইবাৰ সাতগাঁৱৰ তালতলত পাহাৰ খহি এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে।
📌মৃত মহিলাগৰাকীৰ নাম পি সুমিত্ৰা বুলি চিনাক্ত কৰা হৈছে।
📌উল্লেখ্য যে নুনমাটিৰ ভূমিস্খলনতো ইতিমধ্যে ৩ গৰাকী লোকৰ জীৱন শেষ হৈছে।

📌গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভয়াৱহ ভূমিস্খলনত একেটা পৰিয়ালৰে ৩ জন লোকৰ কৰুণ মৃত্যু হৈছে।📌 নিহতসকল হ'ল নগেন ৰাজব...
01/09/2026

📌গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভয়াৱহ ভূমিস্খলনত একেটা পৰিয়ালৰে ৩ জন লোকৰ কৰুণ মৃত্যু হৈছে।
📌 নিহতসকল হ'ল নগেন ৰাজবংশী, চুনু ৰাজবংশী আৰু কন্যা মীনা ৰাজবংশী।
📌 ধ্বংসস্তূপৰ মাঝৰ পৰা পৰিয়ালটোৰ পুত্ৰক জীৱন্তে উদ্ধাৰ কৰা হয়।

📌ভাৰতৰ GDP ৭.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছতে দেশবাসীক বিশেষ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 📌বিদেশ ভ্ৰমণ, বিদে...
01/09/2026

📌ভাৰতৰ GDP ৭.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছতে দেশবাসীক বিশেষ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
📌বিদেশ ভ্ৰমণ, বিদেশত বিবাহ অনুষ্ঠান আৰু প্ৰয়োজন নহ'লে সোণ ক্ৰয় নকৰিবলৈ তেওঁ আহ্বান জনায়।

📌ক্ষেত্ৰীৰ উলনিত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। 📌গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰ...
01/09/2026

📌ক্ষেত্ৰীৰ উলনিত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
📌গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষলৈ বাগৰি পৰিল এখন নৈশ বাছ।

📌মানসজ্যোতি চেতিয়া ফুকনৰ মৃত্যুৰ ঘটনাক লৈ ঘোষণা কৰা হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত। 📌এই সন্দৰ্ভত এক ৰাজহুৱা জাননী জাৰি কৰ...
01/09/2026

📌মানসজ্যোতি চেতিয়া ফুকনৰ মৃত্যুৰ ঘটনাক লৈ ঘোষণা কৰা হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত।
📌এই সন্দৰ্ভত এক ৰাজহুৱা জাননী জাৰি কৰা হৈছে।
📌 কাৰোবাৰ ওচৰত কিবা তথ্য বা প্ৰমাণ থাকিলে ৫ ছেপ্টেম্বৰত নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিব পাৰিব।

01/09/2026

📌দিল্লীত এক অদ্ভুত ঘটনা!
📌সুৰাপান কৰি ই-ৰিক্সাৰ চালকৰ বহা পিছফালে থকা সৰু স্থানত (ডিগী) সোমাই পৰে এগৰাকী অতি মাত্ৰাত নিচাসক্ত যুৱতী। 📌চালকজনে বহু চেষ্টা কৰিও যুৱতীগৰাকীক বাহিৰলৈ আনিব নোৱাৰাত অটো ৰাখি অপেক্ষা কৰিবলৈ বাধ্য হয়।
📌এই আৱেগিক তথা বিচিত্ৰ দৃশ্যটো কেমেৰাত আৱদ্ধ হৈ এতিয়া ভাইৰেল হৈ পৰিছে।

01/09/2026

📌প্ৰাকৃতিক দুৰ্যোগৰ এক হৃদয়বিদাৰক দৃশ্য!
📌নেপালৰ ভয়ংকৰ বান আৰু ভূমিস্খলনৰ মাজতে আঘাতপ্ৰাপ্ত সৰু ভগিনীক পিঠিত তুলি পিতৃ-মাতৃৰ সন্ধানত প্ৰাণপণে যুঁজ দিছে এই কণমানি ভাইটিকে।
📌আৱেগিক কৰি তোলা এই শিহৰণকাৰী দৃশ্যই এতিয়া সমগ্ৰ বিশ্বৰে চকু সেমেকা কৰি তুলিছে।

01/09/2026

📌টোলকৰ দিয়াৰ পিছতো সুৰক্ষিত নহয় যাত্ৰা!
📌টোলগেটৰ সমীপতে পথৰ দুৰৱস্থা দেখি সাংবাদিক আৰু স্থানীয় ৰাইজে উদঙালে নিৰ্মাণকাৰ্যৰ ফোপোলা স্বৰূপ।
📌হাতেৰেই সহজে এৰাই আহিছে পথৰ পিচ।
📌কিয় দিব লাগে টোলকৰ?
📌এতিয়া ৰাইজৰ প্ৰশ্ন!

01/09/2026

📌নেপালৰ ভয়াবহ ভূমিস্খলনত ৩ দিন ধৰি বোকা আৰু জাবৰ-জোঁথৰৰ তলত পোত গৈ থকা ৬ বছৰীয়া এগৰাকী কনমানিক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।
📌 ক্ৰন্দনের শব্দ শুনি সেনাই সুৰক্ষিতভাৱে উলিয়াই আনে শিশুটিক।
📌এই শিহৰণকাৰী উদ্ধাৰৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল।

Address

Six Mile
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam Central posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share