Purbottar-पूर्वोत्तर-Times

Purbottar-पूर्वोत्तर-Times Purbottar Times is very reliable and liberal News & Media Entertainment Channel. of India
(1)

Purbottar Times is one of the reputed , liberal and reliable digital media house which is run and managed by Vision Kaushal Foundation , a reputed Company under Ministry of Corporate Affairs ,
Govt.

06/10/2025
🚨বুকু ডাঠ কৰি চাওঁক এই ছবি👉অন্তিম শয়নত জুবিন
21/09/2025

🚨বুকু ডাঠ কৰি চাওঁক এই ছবি
👉অন্তিম শয়নত জুবিন

21/09/2025

নিজ বাসগৃহ পালেহি জুবিন দা

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ...
29/08/2025

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। নিশা অসম প্ৰদেশ বিজেপিৰ কৰ্ণধাৰ সমিতিৰ সভাতো অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড। যোৰহাটৰ পৰা গাড়ীচোৰ ৰূপম শইকীয়াক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।
28/08/2025

দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড। যোৰহাটৰ পৰা গাড়ীচোৰ ৰূপম শইকীয়াক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা ট্ৰফী গ্ৰহণ নৰ্থ-ইষ্ট ইউনাইটেড FC দলৰ। আজি ডুৰাণ্ড কাপ  বিজয়ী NEUFC দলৰ স্বত্বাধিকাৰী জন ...
27/08/2025

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা ট্ৰফী গ্ৰহণ নৰ্থ-ইষ্ট ইউনাইটেড FC দলৰ। আজি ডুৰাণ্ড কাপ বিজয়ী NEUFC দলৰ স্বত্বাধিকাৰী জন আব্ৰাহামে ৰাষ্ট্ৰপতি ভৱনত ট্ৰফী গ্ৰহণ কৰে। জন আব্ৰাহামে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে 'প্ৰেচিডেণ্টছ কাপ'।

👉আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিলৰ জন্মদিন।নন্দিলৰ এই বিশেষ দিনটোত আপুনিও জনাওক শুভেচ্ছা।
27/08/2025

👉আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিলৰ জন্মদিন।
নন্দিলৰ এই বিশেষ দিনটোত আপুনিও জনাওক শুভেচ্ছা।

👉পৰিয়ালৰ সৈতে গণেশ চতুৰ্থী উদযাপন অভিনেত্ৰী অনন্যা পাণ্ডেৰ..
27/08/2025

👉পৰিয়ালৰ সৈতে গণেশ চতুৰ্থী উদযাপন অভিনেত্ৰী অনন্যা পাণ্ডেৰ..

27/08/2025

বৈষ্ণো দেৱীৰ যাত্ৰাপথত ভূমিস্খলন।

Address

Lokhra, Nalapara
Guwahati
781040

Alerts

Be the first to know and let us send you an email when Purbottar-पूर्वोत्तर-Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purbottar-पूर्वोत्तर-Times:

Share