NE Talks

NE Talks সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত we have been able to establish ourselves as a reliable news portal since March 2023.

NE Talks is fully dedicated Digital News Media, from Northeast India, ushering a revolution in terms of news collection.We are almost two month old in the world of digital media and entertainment. We strive to bring unbiased facts and quality and creative content to the ever-growing digital audience. We believe in disciplined journalism and have engaged professionals with years of experience in Digital Media.

09/10/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

09/10/2025

ডিব্ৰুগড় কছাৰীঘাটত হোৱা ভয়াৱহ গড়াখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ। গড়াখহনীয়া পৰিদৰ্শন কৰি কি ক'লে মন্ত্ৰীগৰাকীয়ে

09/10/2025

জনজাতিকৰণৰ চলিত দাবী এক ন্যায্য দাবী। এই আন্দোলনত বিজেপিৰো সমর্থন আছে

09/10/2025

'জুবিনৰ দৰে ব্যক্তিত্বৰ খুব কমেই জন্ম হয়। তেওঁ সদায় ব্ৰহ্মপুত্ৰখনৰ দৰে আমাৰ মাজত জীয়াই থাকিব।' ডিব্ৰুগড়ত দলীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

09/10/2025

CID কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ দুই দেহৰক্ষী।৩য় দিনৰ বাবে উপস্থিত হৈছে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা

09/10/2025

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াৰ স্থান পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ডিব্ৰুগড়ৰ ফুলবাগানত উপস্থিত হৈ খহনীয়াৰ স্থান পৰিদৰ্শন মহাবাহু ব্ৰহ্মপুত্ৰ ৰোধ কৰাটো ইমান সহজ নহয়'

09/10/2025

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ live
LIVE from Mumbai. Global Fintech Fest 2025
NE Talks
Narendra Modi

09/10/2025

আমি প্রত্যেকেই আমাৰ মাতৃসকলৰ ওচৰত চিৰঋণী। আমি কৃতজ্ঞতাৰ বিনম্র প্রকাশ হিচাপে মাতৃসকলক কিছু হ’লেও সাহায্য প্রদানেৰে অর্থনৈতিক স্বাৱলম্বিতাত উৎসাহ যোগাব বিচাৰোঁ

09/10/2025

মৃত্যুৰ তদন্তৰ বাবে আমাক ধন্যবাদ দিব লাগে, ৰাইজে যাক যাক সন্দেহ কৰিছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ': মুখ্যমন্ত্ৰী

09/10/2025

ADREত ১০ হাজাৰ দুখীয়া ল’ৰা-ছোৱালী চাকৰি পাব কাইলৈ ঘোষাণ হ’ব ৩য় বৰ্গৰ ফলাফল ফলাফলক লৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

NE Talks
09/10/2025

NE Talks

09/10/2025

পৰম্পৰাগত নাও খেলৰ এক সুন্দৰ দৃশ্য

Address

Ajanta Path, Bylane/K K Path, House No 6, Survey Beltola
Guwahati
781028

Telephone

+916002211612

Website

Alerts

Be the first to know and let us send you an email when NE Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Talks:

Share