Deep Jyoti Deka

Deep Jyoti Deka Bharatiya Janata Party, North Kamrup District 2025.

03/11/2025
03/11/2025
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাদেৱৰ দেহাৱসানৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যু অসমৰ সাংস...
03/11/2025

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাদেৱৰ দেহাৱসানৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু তেখেতৰ অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

03/11/2025
বাঁহীৰ সূৰেৰে জগতজয়ী  আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী সন্মানীয় দীপক শৰ্মা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏
03/11/2025

বাঁহীৰ সূৰেৰে জগতজয়ী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী সন্মানীয় দীপক শৰ্মা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান।।তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।🙏
03/11/2025

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান।।
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।🙏

Congratulation team India ❤️
02/11/2025

Congratulation team India ❤️

ভাৰতীয় জনতা পাৰ্টি, অনুসূচীত জাতি মৰ্চা, উত্তৰ কামৰূপ জিলাৰ নৱ-নিযুক্ত সমূহ বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন ...
02/11/2025

ভাৰতীয় জনতা পাৰ্টি, অনুসূচীত জাতি মৰ্চা, উত্তৰ কামৰূপ জিলাৰ নৱ-নিযুক্ত সমূহ বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। ।

02/11/2025
ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভাস্কৰজ্যোতি কলিতা ডাঙৰীয়াৰ অনুমোদন মৰ্মে, ভাৰতীয় জনতা যু...
02/11/2025

ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভাস্কৰজ্যোতি কলিতা ডাঙৰীয়াৰ অনুমোদন মৰ্মে, ভাৰতীয় জনতা যুৱ মৰ্চা, উত্তৰ কামৰূপ জিলাৰ সভাপতি শ্ৰীযুত জিতু কলিতা ডাঙৰীয়াই আজি জিলা যুৱ মৰ্চাৰ বিষয়ববীয়া সকলক দায়িত্ব প্ৰদান কৰে।

দায়িত্ব গ্ৰহণ কৰা সকলো বিষয়ববীয়াক ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
নতুন দায়িত্বৰ জৰিয়তে দলৰ সংগঠন শক্তিশালী কৰি সমাজ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি আগবঢ়াৰ আহ্বান জনালো।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Deep Jyoti Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Deep Jyoti Deka:

Share