24/09/2025
'বাৰম্বাৰ দাবী জনোৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক?' হাৰ্টথ্ৰৱ জুবিন গাৰ্গক হেৰুৱাই CBI তদন্ত হোৱাৰ দাবীৰে অখিল গগৈয়ে ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে।