Mukmina Live

Mukmina Live WELCOME TO MUKMINA LIVE ON FACEBOOK AN ASSAMESE DIGITAL NEWS MEDIA .WE WILL BRING YOU EVERY DAY THE MOST COMPREHENSIVE NEWS COMMENTS AND ANALYSIS.

PLEASE FOLLOW US AND STAY UPDATED.

06/09/2026

বানৰ সময়ত বানাক্ৰান্তৰ বাবে কাম কৰিছে অখিল গগৈয়ে। বিৰোধী হ'লেও ক'ব লাগিব বানাক্ৰান্তক সহায় কৰা অখিল গগৈৰ কথা। গৌৰৱ গগৈক সমালোচনাৰে থকাসৰকা কৰি অখিল গগৈক প্ৰশংসা পৱিত্ৰ মাৰ্ঘেৰিটাৰ।

06/09/2026

দিল্লীৰ জামে মছজিদৰ নামাজত ইৰানৰ মুখ্য ন্যায়াধীশ। ঐতিহাসিক জামে মছজিদত নামাজ আদায় আয়াতুল্লা গোলাম হুছেইনৰ। অগণন মুছলমান লোকে আদৰি নিলে ইৰানৰ মুখ্য ন্যায়াধীশগৰাকীক।

05/09/2026

নগাওঁ জিলাৰ ধিং আৰক্ষীয়ে ২ টা ঠগ প্ৰবঞ্চক আৰু জাজৰি আৰক্ষীয়ে ১ টা ঠগ প্ৰবঞ্চক গ্ৰেপ্তাৰ কৰে ।

*ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ঠগ প্ৰবঞ্চক ক্ৰমে হৰমুজ আলী আৰু ইনচান আলী ।

05/09/2026
05/09/2026

স্বেচ্ছামূলক অৱসৰ লৈ ৰাজনীতিৰ পথাৰত নামি পৰাৰ ইংগিত নগাঁৱৰ সদ্য প্ৰাক্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী বুলি চৰ্চা চলাৰ মাজতে মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে শৰ্মাই। সংবাদিকৰ সন্মুখত বিজেপিকো প্ৰশংসা কৰি মন্তব্য কৰিলে প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে।

04/09/2026

♦️৩৪টা বছৰ চাকৰি কৰিছিলো, আজিৰে পৰা আৰু নাই

♦️নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ

♦️অৱসৰ গ্ৰহণ কৰি কি ক'লে দেৱাশিস শৰ্মাই ?






📌 নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ ।📌 নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ ...
04/09/2026

📌 নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ ।
📌 নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ।

03/09/2026

📌দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই মহিলা সাংবাদিক থানালৈ নি প্ৰ*হাৰ আৰক্ষীৰ
📌সাংবাদিকজন মুছলমান হোৱা বাবেই বেছিকৈ মা*ৰপি*ট কৰা বুলি অভিযোগ দিল্লী পুলিচৰ বিৰুদ্ধে

03/09/2026

🛑 ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ জানাজাৰ নামাজত জনসমূদ্ৰ ।

03/09/2026

নগাঁৱৰ বিশিষ্ট সমাজ সেৱক প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ জনাজা নামাজত জনসমূদ্ৰ।

নগাঁও জিলাৰ ধিং খৈৰামাৰী গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজসেৱক ও ধিং বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হাজি মোবাৰক আলী পাঠনৰ যোৱা নিশা দেহাৱসান হয়।

Address

Lachit Nagar
Guwahati
781001

Alerts

Be the first to know and let us send you an email when Mukmina Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share