Brahmaputra News

Brahmaputra News True National & International Web news Channel . We did our service only for unity

10/03/2022

Bjp- 203/ Sp- 121 On Counting Up Election Results. Yogi Adityanath

13/12/2021

"অশ্বষ্টামা হ'ত কিন্তু এটি গজ"
#সচাঁ কথাখিনি আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।
এই কথাখিনি সমগ্ৰ অসমে জানিবলৈ ৰৈ আছে ।

পঢ়ক, বুজক, দেখক, প্ৰচাৰ কৰক ।।লুইতপৰীয়া যুৱ উন্নয়ন সমিতিৰ সভাপতি   শ্ৰীলিতন তালুকদাৰে আজি মাননীয় মুখ্যমন্ত্ৰী ড' হিম...
12/12/2021

পঢ়ক, বুজক, দেখক, প্ৰচাৰ কৰক ।।

লুইতপৰীয়া যুৱ উন্নয়ন সমিতিৰ সভাপতি শ্ৰীলিতন তালুকদাৰে আজি

মাননীয় মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলংকাৰী সন্দৰ্ভত তেখেতে নিজৰ মন্তব্য স্পষ্ট কৰে ।।

১/ মাননীয় মুখ্যমন্ত্ৰী মোহোদয়ৰ পৰিয়ালৰ ওপৰত উল্লেখিত ভূমি কেলংকাৰী সম্পূৰ্ণ ভূল তথা মিছা অভিযোগ আৰু অপপ্ৰচাৰ আখ্যান দিয়ে ।।

লগতে,
এনেবোৰ চিন্তা চৰ্চাৰে অসমৰ জনগণৰ বৌদ্ধিক আৰু মানসিক সমাজত ভূল বিচাৰধাৰ বীজ ৰোপণ কৰাৰ অপচেস্থা চলাইছে ।।


২ # এই সন্দৰ্ভত অসম চৰকাৰৰ ভূমি উল্লেখিত বসুন্দৰা উৱেবচাইত তথা পোৰটেলৰ তথ্যক লৈ Manipulate কৰি এই নিউজ আৰু এই বিচাৰধাৰা ৰচিছে ।।

এই বসুন্দৰা উৱেবচাইতটোৰ তথ্য সমূহক ৰাজহুৱাভাৱে অপ ব্যবহাৰ কৰা হৈছে ।। এই উৱেবচাইটো অসম চৰকাৰে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰিছে তথা ৰাইজৰ ভূমি ডিজিটেলী সহজ আৰু সঞ্চয় কৰিবলৈ হে বনাইছিলে ।।
৩ # কিন্তু বৰ্তমান ইয়াক দুটামান কমিউনিষ্ট পাৰ্টিৰ নেতাই, এই উৱেবচাইটো বিপথে অপব্যৱহাৰৰ কৰি চৰকাৰ ভূমি তথ্য সমূহক ৰাজহুৱাভাৱে Mislead বিপথে পৰিচালিত কৰিছে ।
সেয়েহে ইয়াৰ উপৰত অসম চৰকাৰে গৃহীত ব্যৱস্থা লব লাগে । যাতে কোনোৱে দ্বিতীয় বাৰ এনেদৰে চৰকাৰী তথ্য বিপথে অপব্যৱহাৰৰ কৰিব নোৱাৰে ।।
আৰু ইয়াৰ আধাৰত সমাজত মীছা অপপ্ৰচাৰ চলাব নোৱাৰে ।

এই তথ্য উপৰত নিউজ আৰু সংবাদমেল পাতাৰ আগতে সেই গাধ কেইজনে নাজানে যে অসমৰ জনগণ গাধ বা কোনো jocker নহয় ।।

#৪ যেনেদৰে মোৰ Facebook Account আছে মই জানো সকলোৱেই জানে

থিক তেনেদৰে বশুনন্দধৰা ভূমি web portal টোত অসমৰ বহু প্ৰয়াত লোকৰ নামত ভূমি আমি বিচাৰিলে দেখা পাম,

লাগিলে, স্বৰ্গীয় হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ , বৰ্তমান বদৰুদ্দিন আজমল, ব্যবসাই কৰা ব্যক্তি, ১৫ বছৰ শাসন কৰা পুৰণি মন্ত্ৰী, আৰু বহু পুৰণি চৰকাৰি অধিকাৰী ৰাকেশ পাল ইত্যাদিৰ আদিৰ দৰে যি সকল ব্যক্তিয়ে এই বসুন্দৰা ৱেব পৰ্টেলটোত ইতিমধ্যে নিজৰ নিজৰ ভূমি সন্নিবিষ্ট কৰিছে তেখেত সকলকলোৰ ওঁ কৰা কিমান ভূমি আছে দেখিবলৈ পোৱা যাব ।।

৫ # কিন্তু তেখেত সকলৰ কোনো নিউজ বনোৱা নহয় , অখিল গগৈৰ আৰু তেখেতৰ সংগঠন টোৰ, ৰাজনৈতিক দলৰ, অসম জাতীয় পৰীষদৰ কি আছিল এক সময়ত,

এতিয়া কি কি আছে ?
স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি ।

এই সন্দৰ্ভত নিউজ কৰা সকলৰ উপৰত ভাৰতীয় আইটী এক্টৰ আধাৰত আইনী ব্যৱস্থা ল'ব লাগে আৰু এই নিউটো internet জগতৰ পৰা Removed কৰিব দিব লাগে ।।
আৰু ভবিষ্যতে যাতে এনেবোৰ ভূল নিউজ সমাজত প্ৰচাৰ কৰিব নোৱাৰে সেয়েহে এনেবোৰ নিউজৰ লাইন্সেচ বাতিল কৰিব লাগে ।।

৬ # ‌‌ যিকোনো ব্যবসায়ী প্ৰতিষ্ঠানে তেখেত সকলৰ নিজৰ সম্পত্তি বিক্ৰি বা ব্যবসায়ী কৰিব পৰে । ব্যবসায়ী প্ৰতিষ্ঠানৰ এজন মুখ্য মালিক থাকে ,
কোনো সংস্থা বা NGO বা Socitey ৰ সম্পত্তিৰ ওপৰত বহুকেইজন ব্যক্তিৰ মতামত থাকে,
Private Limited Company ৰ কিন্তু এই সুবিধা নাথাকে ।

realtors private limited company টোৰ পৰা ৰিনিকি ভূঞা শৰ্মা বাইদেৱে ২০০৯ চনতে regisnation দিছে গতিকে বৰ্তমান এই প্ৰতিষ্ঠানটোৰ বহু বছৰধৰি মালিক বেলেগ ব্যক্তি ।

সেয়েহে এই বিষয়টোত মুখ্যমন্ত্ৰীৰ ঘৈনিয়েকক শাঙৰীলোৱাটো এয়া এক বৃহৎত অপৰাধ ।।
সেয়েহে এয়া এক বৃহৎত অপপ্ৰচাৰ আৰু অপৰাধ ।। আৰু ইয়াৰ বাবে আইন আছে এনেয়ে নিউজ বনাই লাভ নাই
এয়া এক বৃহৎত চৰকাৰী তথ্যৰ, ওপৰত manipulate, আৰু বিষয়টোৰ উপৰত ও tolerant, কৰী এক ষৰযন্ত্ৰৰ Propoganda হে চলাইছে ।।

৭ # উদাহৰস্বৰূপে,
এখন আদালতৰ ন্যায়াধীশে ইংৰাজী ভাষাত কয়, Order, Oeder,

তেতিয়াই এগৰাকী মহিলাই গিৰিয়েকৰ শুধিলে,
স্বামী--- এয়া কি ন্যায়ধীশকে কিয় Order, Order, কলে ?

তেতিয়াই স্বামীয়ে তেখেতৰ পত্নীক ক'লে

হেৰা শুনা, যোৱাকালী তুমি অজগৰ সাপ দেখি যে ভয় খাইছিলা আৰু তুমি কম ভয় খাইছিলা মনত আছেনে,

সেয়াই কৈছে ন্যায়ধিকে এতিয়া, তুমি বেছি ভয় খোৱা,
Order, Order,
অৰ দৰো, অৰ দৰো,
আৰু ভয় খোৱা, আৰু ভয় খোৱা ।।

৮ # থিক তেনেদৰেই এই ভূমি তথ্যক আৰু বিষয়টোক Manipulate কৰি
ভূৱা অপপ্ৰচাৰ আৰু ভুৱা অভিযোগ সম্প্ৰসাৰিত কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মা দেৱৰ পৰিয়ালৰ উপৰত ।।

সমগ্ৰ অসমত এই পোষ্টটো Shared কৰক ।

't trry to copyright ©️ this content without my permission.
Also (The short Order order example is taken from Hindi khichiri movie)

Regards,
Litan Talukdar, LYDs president.
#7002650520

সেয়েহে মই এই ভূমি কেলংকাৰী অভিযোগটো ভূল তথা মিছা আখ্যান প্ৰদান কৰিলোঁ ।।

জয় হিন্দ

13/10/2021

*জয় মাঁ দুর্গা*

*আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ | দুৰ্গতিনাশিনী মা দুৰ্গাই সকলোৰে অপায় অমংগল নাশ কৰি সুখ শান্তি কঢ়িয়াই আনক, মা দুৰ্গাৰ কৃপাত আপোনাৰ জীৱন ধন্য হওঁক |

#শুভ_মহাঅষ্টমী_অসম

21/09/2021

#জুই এই জুই হঠাৎতে ঘৰৰ খিৰিকী খনৰে দেখি মোৰ পত্নীয়ে চিয়ৰী, চিয়ৰী কলে #লিতন ছোৱাছোঁন বৃহৎত #জুই আৰু জুই

#তাৰ পিছত আৰম্ভ হ'ল মিচন চেফ বিৰুবাৰী চেফ পিপুলচ ।। #চেফগুৱাহাটী

#ধন্যবাদ পত্নী জী আজি আপোনাৰ বাবে বৃহত ক্ষতি নহল ।। সময় থাকোঁতেই আপোনি মোক দেখোৱালে, আৰু মই অতি শীঘ্ৰে অসম আৰক্ষী অগ্নিনিৰ্বাক বাহিনী, ১০৮ এম্বুলেন্স, লোকেল থানা, লগতে ওচৰ চুবুৰীয়াক সচেঁতন কৰিবলৈ এটি ফেচবুক লাইভ কৰো ।।
#ধন্যবাদ जिडि किरण वेदांत भैरव জীডি কিৰন চাৰ আপোনি ৰাজধানী দিল্লীত থাকিওঁ মোৰ লাইভৰ লগত জড়িত হৈ ততকালীণ ব্যবস্থা সমূহক অবগত কৰালে ।।

#ধন্যবাদ অসম আৰক্ষী অগ্নিনিৰ্বাক বাহিনী আৰু লগতে সকলো ইমাৰজেন্চী ব্যবস্থা সমূহক ।।

Himanta Biswa Sarma Sarbananda Sonowal

26/08/2021

Raise your voice against those Anti-nationalist people's. The person who only shows that he is a called secularist & humanitis. Like
Sharjeel Imam Ashraful Hussain

Jai Hind. Jai Bharat 🔥

21/08/2021

Happy Birthday Dr. Sanjive Narain Da.
Prag News Assam Owner, Surprised By Baa & team members🔥

21/07/2021

Happy Eid Mubarak to My all Islamic Friend & there Community's.
Jai Hind. Jai Bharat

Address

Rukminigaon
Guwahati
781022

Telephone

+917002650520

Website

Alerts

Be the first to know and let us send you an email when Brahmaputra News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Brahmaputra News:

Share