ASSAM News

ASSAM News About current status of the societies.

05/07/2026
21/06/2026
14/06/2026

“হজৰত মহম্মদ সন্দৰ্ভত যিসকলে কটু মন্তব্য কৰি আছে সেইসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ দাবী জনাইছোঁ”—জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱাৰ মন্তব্য।

05/06/2026

Very good initiative.

নমস্কাৰ দাদা, নিৰ্বাচনৰ প্ৰাকক্ষণত আমি দুখীয়া দৰিদ্ৰ  #ভাষীক_সংখালঘুসকলে  #টমটম আৰু  #মফেট ৰ কাৰণে আবেদন কৰিছিলো। কিন্ত...
05/06/2026

নমস্কাৰ দাদা,
নিৰ্বাচনৰ প্ৰাকক্ষণত আমি দুখীয়া দৰিদ্ৰ #ভাষীক_সংখালঘু
সকলে #টমটম আৰু #মফেট ৰ কাৰণে আবেদন কৰিছিলো। কিন্তু মূৰকত আমি একোৱেই নাপালোঁ।
গতিকে দয়া কৰি অসম চৰকাৰে এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনালোঁ।
আশাকৰোঁ যে আমাৰ হোজাইৰ বিধায়ক মহোদয়ে এই বিষয়ে অকমান চিন্তা কৰিব।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when ASSAM News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM News:

Shortcuts

Share