NEM 24x7

NEM 24x7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NEM 24x7, News & Media Website, Beltola , survey, ashok path, Guwahati.

NEM 24×7 অসমৰ সংবাদজগতৰ এক নৱতম সংযোজন৷ এই সংবাদ প্ৰতিষ্ঠানৰ দ্বাৰা সম্পূৰ্ণ সত্য আৰু নিকা বাতৰি বলিষ্ঠ ৰুপত ৰাইজৰ আগত দাঙি ধৰাৰ অহৰহ প্ৰচেষ্টা কৰা হয়৷ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তথ্য আৰু বাতৰি বিশ্বব্যাপী দৰ্শকৰ আগত প্ৰকাশ কৰা হয় যাৰ দ্বাৰা সমগ্ৰ বিশ্বক অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী কৰাৰ প্ৰয়াস কৰা হয়৷ এই পেজটোত বিভিন্ন শিতানৰ বাতৰিৰ বিশদ বিৱৰণৰ লগতে দৰ্শকা সুবিধাৰ বা

বে উচ্চ মানসম্পন্ন ভিডিঅ’ উপলব্ধ আছে৷ NEM 24×7 সদায় ৰাইজৰ প্ৰতি দায়বদ্ধ৷ নিৰ্ভিকভাৱে সত্য খবৰ ৰাইজৰ আগত প্ৰকাশ কৰাই আমাৰ মুল মন্ত্ৰ৷

12/01/2024

🔴ফকিৰাগ্ৰাম মহাবিদ্যালয়ত এন এছ এছ গোটৰ সহযোগত নেহেৰু যুব কেন্দ্ৰৰ ৰাষ্ট্ৰীয় যুব দিবস পালন

12/01/2024

🔴মুছলপুৰত হাগ্ৰামা মহিলাৰীৰ উপস্থিতত BPF দলত বৃহৎ যোগদান কাৰ্যসূচী প্ৰাৰ্থী...

11/01/2024

🔴সাংবাদিকতাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে
🔴আজিকালি সাংবাদিক দুবিধ
🔴সাংবাদিক সকলৰ বাবে কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে...

11/01/2024

🛑গন্তব্য স্থানৰ দিশে উইংচ অৱ হাজৰিকা
🛑উৰা জাহাজ চাবলৈ হেতা-ওপৰা ৰাইজ...

11/01/2024

🔴মাঘ বিহুক লৈ প্ৰশাসনৰ মাছৰ মূল্য নিৰ্ধাৰণ
🔴মাছৰ অত্যাধিক দাম ল'ব নোৱাৰিব ব্যৱসায়ীয়ে....

11/01/2024

🔴যি সময়ত বিজেপি -মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যত অমৃত কালত উন্নয়নৰ গংগা বৈ আছে বুলি প্ৰচাৰ চলাই আছে তেনে সময়তে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ বিভিন্ন স্থানত পথৰ নামত চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ থকা মাজতে এই পথছোৱা নিৰ্মাণত চূড়ান্ত দুৰ্নীতি আশ্ৰয় লোৱটো পোহৰলৈ....

11/01/2024

🔴আমি বৰাক-ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়াক সুৰক্ষিত কৰিলোঃ মুখ্যমন্ত্ৰী

10/01/2024

🔴মাৰ্ঘেৰিটাৰ এগৰাকী জীয়ৰী সপ্তম শ্ৰেণীত অধ্যনত ৰজী থাপা এ দ্বিতীয় আন্তঃৰাষ্টীয় মুকলি কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটালৈ সোনাম কঢ়িয়াবলৈ আনিবলৈ সক্ষম হয়।।।

10/01/2024

🔴সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাবসান
🔴নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ শিল্পী গৰাকীৰ..

06/01/2024

🔴জামুগুৰিহাটৰ চুৰি,দিন ডকাইতি,অবৈধ সুৰা, উদণ্ড বাইকাৰ্চ আদি অ-সামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাজহুৱা সভা.....

Address

Beltola , Survey, Ashok Path
Guwahati

Alerts

Be the first to know and let us send you an email when NEM 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share