TNL News India

TNL News India Assamese news web portal from Indian state of Assam.

Get breaking News, updates from across the globe, TNL News is 24 × 7 Assamese news channel based at Guwahati.

28/05/2025

ৰাজ্যিক কেবিনেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল।

26/05/2025

বৈদ্যুতিন মাধ্যমৰ সম্ভাৱনাক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

24/05/2025

📌বেংকত গৈ বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি?
📌বেয়া ব্যৱহাৰৰ সন্মুখীন হ'লেই ফোন কৰি দিব পাৰিব অভিযোগ।
📌মুকলি কৰা হ'ল কেইবাটাও বিশেষ নম্বৰ!

23/05/2025

ৰাইজিং নৰ্থ ইষ্ট ত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

21/05/2025

🛑এতিয়াৰে পৰা মন গ'লেই PSO নাপাব।
🛑যাৰ জীৱনৰ প্ৰতি ভাবুকি আহে তেওঁহে লাভ কৰিব PSO।

20/05/2025

🛑কাৰ পক্ষত ৰায় দিব উচ্চতম ন্যায়ালয়ে?
🛑ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি।

19/05/2025

📌আছুৰ প্ৰাক্তন সাঃসম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ।
📌ডিব্ৰুগড় ন্যায়িক আদালতত হাজিৰ শংকৰজ্যোতি বৰুৱা।
📌মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ।

19/05/2025

🛑পঞ্চায়তৰ কাৰ্যালয়ত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ ।
🛑নিজৰ কাম নিজেই কৰিব লাগিব মহিলা পঞ্চায়ত প্ৰতিনিধিয়ে।
🛑কঠোৰ নিৰ্দেশনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ।

18/05/2025

📌পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা জ্যোতি মালহোত্ৰাৰ ন ন তথ্য ফাদিল।
📌৫ দিনৰ আৰক্ষী জিম্মাত ইউটিউবাৰ জ্যোতি মালহোত্ৰা।
📌জ্যোতি মালহোত্ৰাই কি দৰে আৰম্ভ কৰিছিল দেশ বিৰোধী কাৰ্যকলাপ?

18/05/2025

🛑ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।
🛑গ্ৰেজুৱেট হ'লেই প্ৰতিমাহে লাভ কৰিব ২৫শ টকা।
🛑সাজু কৰক নথি-পত্ৰ।

17/05/2025

DGP হৰমিত সিঙৰ সংবাদমেল

17/05/2025

📌যিকোনো মুহূৰ্ততে মুম্বাইৰ তাজ হোটেল উৰুৱাই দিয়াৰ ভাবুকি।
📌সংসদ ভৱনত আক্ৰমণ কৰা সন্ত্ৰাসবাদীয়ে পুনৰ দিছে ভাবুকি।
📌ভাৰত-পাক উত্তেজনাৰ মাজতে আহিছে ভাবুকি ভৰা ই-মেইল।

Address

House No. 29, 1st Floor, Lachit Nagar Road, Rajgarh Link Road
Guwahati
781007

Alerts

Be the first to know and let us send you an email when TNL News India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TNL News India:

Share