NLive 24

NLive 24 Web Based News & Media website. We, the 4th pillar of the democracy is here to represent your situat
(1)

28/07/2026

চান্দমামাত চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সচেতনতা বিষয়ক আলোচনা চক্ৰ

23/06/2026

বনঘূগীত মাছমৰিয়াৰ কৰুণ মৃত্যুত শোকৰ ছাঁ, অসহায় পৰিয়ালৰ কান্দোনে বেদনাহত সমগ্ৰ অঞ্চল।

20/06/2026

পেৰামাউণ্ট একাডেমী, চানমামাত প্ৰাক্তন ছাত্ৰ ৰাজীবুল ইছলামক উষ্ম সম্বৰ্ধনা।

19/04/2026

জুবিন গাৰ্গ পাব্লিক একাডেমীৰ উদ্বোধন।

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খন্ডৰ অন্তৰ্গত সুখাৰজাৰৰ লুইতপৰীয়া আঞ্চলিক বজাৰত “জুবিন গাৰ্গ পাব্লিক একাডেমী” নামৰ এখন ব্যক্তিগত বিদ্যালয় অতি সহজ আৰু গম্ভীৰ পৰিৱেশত উদ্বোধন কৰা হয়। এই অনুষ্ঠানটোত স্থানীয় ৰাইজৰ মাজত বিশেষ উৎসাহ আৰু আনন্দৰ পৰিৱেশ দেখা যায়।

09/04/2026

গণতন্ত্ৰৰ মহান উৎসৱ—ভোটদান। আজি অনুষ্ঠিত হৈছে অসম বিধানসভাৰ নিৰ্বাচন, আৰু ৰাজ্যজুৰি কেন্দ্ৰে কেন্দ্ৰে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে পুৱা পৰাই ৰাইজে উৎসাহেৰে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰসমূহত উপস্থিত হৈছে।

24/03/2026

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বনঘূগী গাঁৱত এক অত্যন্ত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। কন্যা আৰু নাতি হেৰুৱাই পৰিয়ালটো গভীৰ শোকত ডুব গৈ কান্দোনত ভাগি পৰিছে।

13/03/2026

স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ গ’ল। দেশ আগবাঢ়িছে উন্নয়নৰ পথত, কিন্তু এতিয়াও এনে বহু গাঁও আছে য’ত উন্নয়নৰ পোহৰ আজিও নাপালেগৈ। খাতাৰটাৰী গাঁৱৰ ৰাস্তাক লৈ ক্ষুব্ধ ৰাইজ।

26/02/2026

বিগ পলিটিকেল আপডেট | টিকট প্ৰত্যাশীসকলৰ মাজত জোৰদাৰ প্ৰতিদ্বন্দ্বিতা, আলোচনাৰ কেন্দ্ৰবিন্দু আব্দুৰ ৰেজ্জাক আহমেদ।

24/02/2026

খাতাৰটাৰী গাঁওৰ ৰাস্তা আৰু দলঙৰ দুৰৱস্থা: অঞ্চলবাসীৰ তীব্ৰ ক্ষোভ, পূৰ্বৰ বিধায়ক আৰু পূৰ্বৰ সাংসদৰ ভূমিকাক লৈ প্ৰশ্ন।

Address

Guwahati

Telephone

+916003257629

Website

Alerts

Be the first to know and let us send you an email when NLive 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NLive 24:

Shortcuts

Share