NKTV

NKTV Welcome to NKTV Plus on Facebook. An Assamese Satellite News Channel. There is news and there's more news.
(7)

On the information highway today that comprises the whole gamut of news delivery vehicles, it is the presentation and dissemination of news that matter, creating a palatable content to the news consumer. As it pursues the truth of each topical story of the day, NK TV creates that content. Through its channels on television and the digital media, NK TV brings you news with uncompromising clarity of

factual correctness and stylish presentation. Located at Ganeshguri in close proximity to the corridors of power in Dispur NK TV covers Assam in its entirety through its experienced reporting team even as it uncovers, dissects, analyses and debates the hot topics of the day by presenting news in a unique and classy style. NK TV is promoted by successful Assamese entrepreneur Nipon Kumar Talukdar and its young, dynamic group of journalists are steered by the able leadership of veteran and renowned journalist Manoj Kr Goswami.

02/06/2026

অধ্যাপনা, হোমিঅ’পেথিক চিকিৎসকৰ পৰা বিধানসভাৰ মজিয়ালৈ
অধ্যাপনাৰ পৰা VRSলৈ গোলাঘাটত RSS আৰু বিজেপিৰ মজিয়াত কণ্টকাকীৰ্ণ যাত্ৰা
অগপৰ নেতা-কৰ্মীয়ে কৰা চিপৰাং ৰাজনীতি সন্দৰ্ভত মুকলি ক্ষোভ
সংখ্যালঘু জন-গণে প্ৰতাৰণা কৰাৰ পাছতো প্ৰায় ৩৭ হাজাৰ ভোটত অগ্ৰাধিকাৰ
ভৱিষ্যতলৈ সমষ্টিটো কি ৰূপত পাব দেৰগাঁওবাসীয়ে?
সবিশেষ দেৱাশীষ সাহাৰ সৈতে ‘নেতাৰ কথা’
আজিৰ অতিথি: দেৰগাঁৱৰ বিধায়ক ড০ মৃদুল কুমাৰ দত্ত

02/06/2026

▶️ ৰোজ খানক এনকাউন্টাৰ কৰাক লৈ আৰক্ষীক প্ৰশংসা ৰাইজৰ
▶️ আক্ৰমণৰ বলি হোৱা যুৱতী এতিয়াও চিকিৎসাধীন
▶️ গুৱাহাটীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা
▶️ একেখন বিদ্যালয়ৰে ৪ গৰাকীকৈ ছাত্ৰী সন্ধানহীন
▶️ ইন্ধন সংকটৰ সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি
▶️ প্ৰতিটো চিলিণ্ডাৰত ৪২ ৰপৰা ৫৪ টকা বৃদ্ধি
▶️ লগতে চাওক আন কেইবাটাও ডাঙৰ খবৰ LIVE

02/06/2026

নলবাৰীৰ ভয়ংকৰ ঘটনাত আহত মৃদুমুদ্ৰাৰ স্বাস্থ্য এতিয়া কেনে?

02/06/2026

▶️ মাধুৰ্য বৰ্মণৰ হ*ত্যাকাৰীৰ এনকাউন্টাৰক লৈ আৰক্ষীক প্ৰশংসা ৰাইজৰ
▶️ আক্ৰমণৰ বলি হোৱা যুৱতী এতিয়াও চিকিৎসাধীন
▶️ গুৱাহাটীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা
▶️ একেখন বিদ্যালয়ৰে ৪ গৰাকীকৈ ছাত্ৰী সন্ধানহীন
▶️ ইন্ধন সংকটৰ সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি
▶️ প্ৰতিটো চিলিণ্ডাৰত ৪২ ৰপৰা ৫৪ টকা বৃদ্ধি
▶️ লগতে চাওক আন কেইবাটাও ডাঙৰ খবৰ LIVE

02/06/2026

৪ ছাত্ৰীৰ নিৰুদ্দেশক লৈ গুৱাহাটীত চাঞ্চল্য। সোমবাৰৰে পৰা সন্ধান নাই ছাত্ৰীকেইগৰাকীৰ। পৰিয়ালৰ মাজত হাহাকাৰ।

02/06/2026

পুৱাৰ ডাঙৰ খবৰ LIVE

02/06/2026

ক’ত হেৰাল ৪ ছাত্ৰী? মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা।

02/06/2026

নিশা হাতীগাঁৱৰ সিজুবাৰীৰস্থিত এটা হোমষ্টেত আৰক্ষীৰ অভিযান। অভিযানত তিনি যুৱতীসহ এজন নিৰুদিষ্ট যুৱকক উদ্ধাৰ।

02/06/2026

BIG BREAKING একেখন বিদ্যালয়ৰে চাৰিগৰাকীকৈ ছাত্ৰী সন্ধানহীন। মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা।

মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা
02/06/2026

মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা

Address

Dispur College Road, Ganeshguri
Guwahati
781005

Telephone

+913617135657

Website

Alerts

Be the first to know and let us send you an email when NKTV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NKTV:

Share