Assam Buzz

Assam Buzz Watch Entertaining Content Only on Assam Buzz. Since, July, 2020

12/11/2025

এতিয়া ৰাসৰ বতৰ ।
এই বতৰত হোষ্টলত ৰাসৰ আয়োজন নহব , সেয়া কেনেধৰনৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্যতম ছাএাৱাস গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয় ছাএাৱাসত হোষ্টেলীয়া ৰাসৰ আয়োজন।

05/11/2025

গুৱাহাটী বিশ্ববিদ্যালয়ত বিহু।

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ মন্তব্য।
24/10/2025

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ মন্তব্য।

হঠাৎ ভাইৰেল হল সিদ্বাৰ্থ শৰ্মাৰ এখন বিশেষ ফটো।
20/10/2025

হঠাৎ ভাইৰেল হল সিদ্বাৰ্থ শৰ্মাৰ এখন বিশেষ ফটো।

➡️জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আয়োজন কৰা সভাৰ বেনাৰত নাই জুবিন গাৰ্গৰ ফটো। ➡️বিজেপিৰ নেতাৰ ফটোৰে ভৰা বেনাৰ।➡️তাৰ উপৰিও Justi...
19/10/2025

➡️জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আয়োজন কৰা সভাৰ বেনাৰত নাই জুবিন গাৰ্গৰ ফটো।

➡️বিজেপিৰ নেতাৰ ফটোৰে ভৰা বেনাৰ।

➡️তাৰ উপৰিও Justice শব্দৰ ঠাইত হৈ আছে Justic বুলি

দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা জুবিন গাৰ্গৰ  ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচীত  উপস্থিত অসমৰ সকলো পৰ্যায়ৰ লো...
19/10/2025

দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচীত উপস্থিত অসমৰ সকলো পৰ্যায়ৰ লোক।

“ময়ো জুবিন অনুৰাগী , আমিও জুবিন অনুৰাগী”ৰ নলবাৰীত পোষ্টাৰত লিখিছে ‘Justic’
19/10/2025

“ময়ো জুবিন অনুৰাগী , আমিও জুবিন অনুৰাগী”ৰ নলবাৰীত পোষ্টাৰত লিখিছে ‘Justic’

➡️মৰমৰ জুবিন গাৰ্গৰ ঘৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ➡️উপস্থিত হৈ  আৱেগিক হৈ পৰে ৰাহুল গান্ধী।
17/10/2025

➡️মৰমৰ জুবিন গাৰ্গৰ ঘৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
➡️উপস্থিত হৈ আৱেগিক হৈ পৰে ৰাহুল গান্ধী।

16/10/2025

➡️জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত আন্দোলন।

➡️বিশ্ববিদ্যালয়ৰ সমূহ ছাএ সমাজ উলাই আহে ৰাজপথত।

Address

Guwahati

Telephone

+919954684695

Website

Alerts

Be the first to know and let us send you an email when Assam Buzz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share