RitsTime Digital

RitsTime Digital Rits Time is an entertainment and informative based web channel run by M/S Shivam Entertainment & Network. Rits Time now registered under Trade Mark.

We are sharing many kinds of people lifestyle, entertainment, business, culture, tradition, news etc.

09/08/2025

📌ৰঙিয়াৰ মৰানজানাত অৱস্থিত সংহত অন্তঃ গাঁথনি উন্নয়ন কেন্দ্ৰৰ ভিতৰত থকা বিপনী সমূহক দখল এৰি দিয়াৰ নিৰ্দেশ ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ।
📌মৰাণজানা ইণ্ডাষ্ট্ৰিয়েল এৰীয়াৰ ভিতৰত চৰকাৰী মাটিত থকা অস্থায়ী বিপনী সমূহ খালি কৰাৰ নিৰ্দেশ অহাৰ পাছতে বিপৰ্যয়ৰ সন্মুখীন হৈছে এইসকল থলুৱা লোক সকলে।

👉ভাৰত-বাংলাদেশ সীমান্তৰ মেঘালয়ৰ ডাউকীত ৰাখী উদযাপন BSF কৰ্মীৰ..
09/08/2025

👉ভাৰত-বাংলাদেশ সীমান্তৰ মেঘালয়ৰ ডাউকীত ৰাখী উদযাপন BSF কৰ্মীৰ..

09/08/2025

📌অসমৰ মাজেৰে ৰে'লযোগে বহিঃৰাজ্যলৈ দৈনিক সৰবৰাহ হৈছে নিষিদ্ধ সামগ্ৰী ।
📌মাজনিশা ৰঙিয়া ৰে'ল ষ্টেচনত পেকেটে পেকেটে ওলাইছে গাঞ্জা ।
📌পাচটাকৈ বিশাল আকাৰৰ ট্ৰলী বেগৰ পৰা ৰে'ল আৰক্ষীয়ে জব্দ কৰিলে ৮২ কেজি গাঞ্জা ।
📌নামনিমুৱা অবোধ অসম এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ।
📌মণিপুৰৰ পৰা ডিমাপুৰ হৈ দিল্লীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওতে ৰে'ল আৰক্ষীৰ তালাচিত ধৰা পৰে দুই সৰবৰাহকাৰী।
📌মণিপুৰৰ পূব ইম্ফলৰ তাৰিক খান আৰু আফৰোজ পাঠান নামৰ দুই সৰবৰাহকাৰী পৰিছে ৰে'ল আৰক্ষীৰ জালত ।

👉আজি পবিত্ৰ ৰক্ষা বন্ধনৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰে এইসকল কণমানি লগতে ব্ৰহ্ম কুমাৰীৰ সদস্য সকলৰ সৈত...
09/08/2025

👉আজি পবিত্ৰ ৰক্ষা বন্ধনৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰে এইসকল কণমানি লগতে ব্ৰহ্ম কুমাৰীৰ সদস্য সকলৰ সৈতে..

09/08/2025

📌সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দেৰগাঁৱৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ইশ্বৰীয়া বিশ্ব বিদ্যালয় আৰু আধ্যাত্মিক জ্ঞান আৰু ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰত পৱিত্ৰ ৰাখী বন্ধন উদযাপন কৰা হয়। এই পৱিত্ৰ ৰাখী বন্ধন কাৰ্যসূচীত দেৰগাঁৱৰ প্ৰজাপিতা ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ পৰিচালিকা ভগ্নী ব্ৰহ্মকুমাৰী ৰাণুৱে পৱিত্ৰ ৰাখী বন্ধনৰ তাৎপৰ্য সম্পৰ্কে এক আধ্যাত্মিক তথা মননশীল বক্তব্য প্ৰদান কৰে।

👉ইংলেণ্ডৰ পৰা নিজ দেশলৈ উভতি আহি পৰিয়ালৰ সৈতে নতুন বাহন ক্ৰয় কৰাৰ মুহূৰ্তত ভাৰতীয় পেচ তাৰকা আকাশদ্বীপ..
09/08/2025

👉ইংলেণ্ডৰ পৰা নিজ দেশলৈ উভতি আহি পৰিয়ালৰ সৈতে নতুন বাহন ক্ৰয় কৰাৰ মুহূৰ্তত ভাৰতীয় পেচ তাৰকা আকাশদ্বীপ..

👉আজি পবিত্ৰ ৰাখী বন্ধন..
09/08/2025

👉আজি পবিত্ৰ ৰাখী বন্ধন..

👉১৫ আগষ্টৰ ভিতৰত সকলো সন্দেহযুক্ত বাংলাদেশীয়ে উজনি অসম ত্যাগ কৰক..
09/08/2025

👉১৫ আগষ্টৰ ভিতৰত সকলো সন্দেহযুক্ত বাংলাদেশীয়ে উজনি অসম ত্যাগ কৰক..

08/08/2025

📌নাজিৰা সমজিলা গড়আলীত নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহা
📌ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে চাইকেল চুৰিৰ অভিযুগ, সোঁতৰ হাজাৰ টকীয়া নতুন চাইকেল ১৭০০ টকাত চকীমুখত বিক্ৰী কৰি হাতেলোটে কৰায়ত্ব চুৰ

👉‘প্ৰাগ নিউজ’ আৰু ‘অসম কমিউনিকেচন কেবল’লৈ ‘একাদশ বিচিএছ ৰত্ন বঁটা’ 👉প্ৰাগ নিউজে উত্তৰ-পূবৰ সৰ্বশ্ৰেষ্ঠ নিউজ চেনেলৰ সন্মা...
08/08/2025

👉‘প্ৰাগ নিউজ’ আৰু ‘অসম কমিউনিকেচন কেবল’লৈ ‘একাদশ বিচিএছ ৰত্ন বঁটা’
👉প্ৰাগ নিউজে উত্তৰ-পূবৰ সৰ্বশ্ৰেষ্ঠ নিউজ চেনেলৰ সন্মান লাভ কৰাৰ বিপৰীতে অসম কমিউনিকেচন কেবলছে লাভ কৰিছে ‘বেষ্ট পাৰফৰ্মিং ৰিজিঅ’নেল এম এছ অ’ (নৰ্থ ইষ্ট)’ৰ সন্মান
👉নতুন দিল্লীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংসদ অনুৰাগ ঠাকুৰৰ পৰা বঁটা গ্ৰহণ কৰে প্ৰাগ নিউজৰ CMD ড° সঞ্জীৱ নাৰায়ণে...

08/08/2025

📌অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
📌কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰাক লৈ জোঁৰ সমদল
📌বৃহস্পতিবাৰে দেৰগাঁও সমীপৱৰ্তী লাওভগাৰ জেলমণিত এই জোঁৰ প্ৰতিবাদী কাৰ্যসূচী

👉গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেল ২ লৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা ২০২৫..
08/08/2025

👉গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেল ২ লৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা ২০২৫..

Address

First Floor, Bylane1, Rajgarh Road, Chandmari
Guwahati
781003

Alerts

Be the first to know and let us send you an email when RitsTime Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RitsTime Digital:

Share