15/08/2026
প্ৰথমেই সমগ্ৰ ভাৰতবাসীক জনাইছো ৮০তম স্বাধীনতা দিৱসৰ অলেখ শুভকামনা।ভাৰতবাসীৰ বাবে আজিৰ দিনটো এটা দিৱসেই নহয়,ই এক উৎসৱ।স্বাধীন দেশৰ স্বাধীন নাগৰিক আমি।স্বাধীনতা দিৱসৰ এই শুভক্ষণত বাবু বৰুৱাদাৰ "বন্দে মাতৰম"নামৰ সুন্দৰ গীতটি আপোনালোকলৈ আগবঢ়ালো। আপোনালোকলৈ আগৱঢ়োৱা প্ৰতিটো গীত মই কৰা চেষ্টা হে মাত্ৰ।চেষ্টাখিনি কৰোতে যদি কিবা ভুল হয় ক্ষমা কৰিব।গীতটি শুনি কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব।
ধন্যবাদ
বিশেষ কৃতিত্ব
Deep Jyoti Nath
MRIDUPABAN NATH
Rony
octave Band🎤🎧🎸🎶
Jupitara Nath