Axomor Sanu

Axomor Sanu Hello this is Sanu (Brojen) from Guwahati . I will share travel, food ,lifestyle and motovlog .

27/03/2025

✅ ইমান সৰুতে কি সুন্দৰ ভাওনাৰ এটা সংলাপ
✅ মাত্ৰ ১৩ বছৰ আৰু ১৫ বছৰ ভায়েক বায়েক

27/03/2025

অখিল গগৈ ডাঙৰীয়া ঘৰত

27/03/2025

✅ আমাৰ ASEB হুঁচৰি দল আখৰা আৰম্ভ কৰিছো আৰু

✅ সাংঘাটিক কথা কলে মানুহজন বহুত বেলেগ ✅ বাহিৰত জানেকুৱা সাধাৰণ ঘৰত তেনেকুৱা হৈনে ?✅ Full video আহি আছে
27/03/2025

✅ সাংঘাটিক কথা কলে মানুহজন বহুত বেলেগ
✅ বাহিৰত জানেকুৱা সাধাৰণ ঘৰত তেনেকুৱা হৈনে ?
✅ Full video আহি আছে

20/08/2024

✅ অকল শিৱসাৰতে নহয় ইহঁতৰ দপদপনিৰ গোটেই অসমতে বাঢ়িছে ।
✅ মই ৰাতিপুৱা 4 তাৰ পৰা 9 টা লৈকে অকল দোকান দিও কিন্তু এই বহিৰাগত বেপাৰী কেইটাই মোৰ উপৰত গুণদা দেখাই।
✅ ৰাস্তা টো তাহাতক লগে কিন্তু একেদশৰ জেগতে সন্ধিয়া গোটে ফুচকা অলা বহিৰাগত বেপাৰী ভৰি থাকে তাহতাক একো নকৰে।
✅ শেষত আমাৰ মাটি আমাৰ অধিকাৰ জয় আই অসম

11/09/2023
11/09/2023

✅ অসমৰ সম্পদ কাঁহৰ বাচন কেনেকৈ বনাই ?
✅ আচৰিত নজনা কথা এটা গম পালো
✅ সৰ্থেবাৰী তামুলী চক কাঁহৰ কি বনাই
✅ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কাঁহৰ সামগ্ৰী কিয় বনাই

23/08/2023

✅ chiropractic treatment in assam
✅ গাৰ যি কোনো বিষ ভাল হব এতিয়া
✅ কম পইচা আপোনাৰ যি কোনো বিষ নিৰাময় কৰক
✅ আপোনাৰ মাইগ্ৰেন আছে নেকি ?

12/07/2023

গুৱাহাটীত এতিয়া ছোৱালী অসুৰক্ষিত || হেলমেতে মাৰি গুৰুত্ব ভাবে আঘাত যুৱতী

11/07/2023

মা কামাখ্যা দেৱীৰ ৰহস্যময় এখন বস্ত কি জানো আহক || মা তোমাক হতকুটি প্ৰণাম অম্বুবাচী মেলাৰ শেষত এই বস্তু খনৰ টুকুৰা অলপ পোৱাটো বহুত টান 🙏
Aকম

11/07/2023

Welcome to our page and family

Address

ASEB COLONY , NARENGI
Guwahati
781026

Website

Alerts

Be the first to know and let us send you an email when Axomor Sanu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category