News Now24 Assam

News Now24 Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Now24 Assam, Media/News Company, Guwahati.

আৰৱ সাগৰত ভাৰতীয় জাহাজৰ সৈতে পাকিস্তানী জাহাজৰ ভয়াৱহ সংঘৰ্ষ। পাকিস্তানৰ জাহাজ সন্মুখৰ পৰা আহি খুন্দা মাৰে ভাৰতীয় নৌ স...
16/09/2026

আৰৱ সাগৰত ভাৰতীয় জাহাজৰ সৈতে পাকিস্তানী জাহাজৰ ভয়াৱহ সংঘৰ্ষ। পাকিস্তানৰ জাহাজ সন্মুখৰ পৰা আহি খুন্দা মাৰে ভাৰতীয় নৌ সেনাৰ জাহাজ খনক।২০১১ চনতো ঘটিছিল এনে এক ঘটনা। এই ঘটনাৰ পিছতেই পাকিস্তানৰ দূতাবাসক তলব কৰিছে দিল্লীয়ে।

16/09/2026

📌'আজমলৰ চিটিংবাজী স্বভাৱ পুনৰ এবাৰ ওলাই পৰিল'
📌'ৰেজাউল কৰিম চৰকাৰক টিকট দিম বুলি কৈ নিজে প্ৰাৰ্থী হ'ল আজমল'
📌নগাঁৱৰ উপনিৰ্বাচনক লৈ TMC বিধায়ক শ্বেৰমান আলীৰ মন্তব্য

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে বন্তি প্রজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
16/09/2026

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে বন্তি প্রজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

16/09/2026

📌আজি মনোনয়ন দাখিল কৰিব TMCৰ প্ৰাৰ্থী আব্দুল ছালামে
📌দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিব আব্দুল ছালামে

বিশিষ্ট লিখক বিপুল শৰ্মাৰ বিশেষ পোষ্ট......"অসমৰ বানপানীৰ কথা জানক বা নাজানক, কিবা কৰক বা নকৰক! প্ৰধানমন্ত্ৰীৰ জন্মদিনত ...
16/09/2026

বিশিষ্ট লিখক বিপুল শৰ্মাৰ বিশেষ পোষ্ট......
"অসমৰ বানপানীৰ কথা জানক বা নাজানক, কিবা কৰক বা নকৰক! প্ৰধানমন্ত্ৰীৰ জন্মদিনত চাকি জ্বলামেই। খেতিহীন কাঙাল পথাৰত জ্বলোৱা চাকিতকৈও বেচি জ্বলাম।"

15/09/2026

আমেৰিকাৰ গোপন টেকন'লজি এতিয়া ইৰানৰ হাতত। আমেৰিকাৰ গোপন টেকন'লজি ব্যৱহাৰ কৰি ইৰানে নিৰ্মান কৰিছে অত্যাধুনিক ঘাতক মিছাইল। কোনে ইৰানৰ হাতত গতাই দিলে আমেৰিকাৰ গোপন টেকন'লজি। ইয়াক লৈ এতিয়া পেণ্টাগনত হাঁহাকাৰ লাগিছে।

আমেৰিকাক সমৰ্থন কৰি মহাবিপদত চৌদি আৰৱ। ক্ৰমাৎ আগবাঢ়ি গৈছে বিদ্ৰোহী গোট হুথী। ছৌদি আৰবৰ কেইবাখনো চহৰত হুথী বিদ্ৰোহীয়ে ভয...
15/09/2026

আমেৰিকাক সমৰ্থন কৰি মহাবিপদত চৌদি আৰৱ। ক্ৰমাৎ আগবাঢ়ি গৈছে বিদ্ৰোহী গোট হুথী। ছৌদি আৰবৰ কেইবাখনো চহৰত হুথী বিদ্ৰোহীয়ে ভয়াৱহ আক্ৰমণ চলায়। হুথী'ৰ এই আক্ৰমণত চৌদি আৰৱৰ বৃহৎ ক্ষতি হয়।
#

15/09/2026

📌'মোৰ ইচ্ছা নাছিল যদিও মই দলৰ স্বাৰ্থত নগাঁৱৰ প্ৰাৰ্থী হৈছো।
📌 নগাঁৱত AIUDFৰ প্ৰাৰ্থীত্ব লাভৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ।

15/09/2026

📌 কলাইগাঁও আৰক্ষী থানাৰ বেষ্টনীৰ পৰা পলাল নিতুল আলী নামৰ গভাইত চোৰ।
📌চোৰ গৈ চিধাই জাপ দিলে মেটেকা ভৰ্ত্তি পুখুৰীত
📌শেষত NDRFৰ সহযোগত প্ৰায় দুই ঘণ্টাৰ অন্তত মেটেকাৰ তলৰ পৰা উলিয়ালে গভাইত চোৰটোক

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত BJP ৰ প্ৰাৰ্থীক পুৰ্ণ সমৰ্থন অসম গৰিয়া পৰিষদৰ।  Biswa Sarma   Hazarika   Mallabaruah
15/09/2026

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত BJP ৰ প্ৰাৰ্থীক পুৰ্ণ সমৰ্থন অসম গৰিয়া পৰিষদৰ।
Biswa Sarma
Hazarika
Mallabaruah

Address

Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when News Now24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share