Byatikram

Byatikram সাম্প্ৰতিক চিন্তাধাৰাৰে নব্য যাত্ৰা

চিত্ৰশিল্পী নিলিম মহন্তই দিছপুৰত জুবিন গাৰ্গৰ সন্মান জনাই এখন চিত্ৰ সৃষ্টি
21/09/2025

চিত্ৰশিল্পী নিলিম মহন্তই দিছপুৰত জুবিন গাৰ্গৰ সন্মান জনাই এখন চিত্ৰ সৃষ্টি

21/09/2025

📌মানুহ মানুহ আৰু কেৱল মানুহ
📌জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ গুৱাহাটী

25/08/2025

📌নিউজ দৰ্পণ কনক্লেভ সম্পৰ্ন্ন

📌বিভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী ব্যক্তিলৈ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটা ২০২৫ প্ৰদান

21/08/2025

📌 ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ বাবে PRANA YOGA CENTER কিছু দৃশ্য
📌 Forestgate, Near mistimahal, Guwahati

08/08/2025

📌এখন বিশেষ বিয়া
📌 প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এই বিয়াখন

28/07/2025

📌নাজিৰাত নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত "কাৰেং অসম চিজন ৪" সদৌ অসম ভিত্তিত নৃত্য আৰু মডেলিং প্ৰতিযোগিতা অনুষ্ঠিত

27/02/2025

উৰুকাৰ ৰাতি, কবি - প্ৰণয় ফুকন,
পাঠ - ৰাজীৱ ৰংহাং

28/01/2025

অমৃত চিমেণ্টৰ সহযোগিতাত নরগ্রহ মন্দিৰ প্ৰাংগনত 'The Wellness Way' শীর্ষক স্বাস্থ্য শিৱিৰ

স্বাস্থ্যই পৰম ধন। লগতে কোৱা হয় সুস্বাস্থ্য হৈছে সুখী জীৱনৰ আধাৰ'। এই সুস্বাস্থ্য কেনেদৰে বৰ্তাই ৰাখিব পাৰি, সেই সজাগতা সৃষ্টিৰ লগতে বিভিন্ন ৰোগৰ বিষয়ে আলোচনা তথা বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শৰে আজি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ মন্দিৰ প্ৰাংগনত নৱগ্ৰহ রেলফেয়াৰ ছ'চাইটি আৰু নৱগ্ৰহ মন্দিৰ সমিতিৰ উদ্যোগত আৰু অমৃত চিমেণ্টৰ সহযোগত আয়োজন কৰা হয় The Wellness Way' শীর্ষক এক স্বাস্থ্য শিৱিৰ

অমৃত চিমেন্ট, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী ব্ৰেণ্ড, যিয়ে ব্যৱসায়ৰ লগতে প্রতিমুহূর্ততে সামাজিক উত্তৰণৰ ক্ষেত্ৰতো বৰঙনি আগবঢ়াই আহিছে। বিশেষকৈ স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নীতকৰণত অমৃত চিমেন্টে পার্যমানে চেষ্টা কৰি আহিছে।

আজি আয়োজিত এই স্বাস্থ্য শিৱিৰত অঞ্চলটোৰ জেষ্ঠ নাগৰিকসকলৰ লগতে বহু লোকক স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ আগবঢ়াই বিশিষ্ট চিকিৎসক ডাঃ সঞ্জীৱ বৰা, ডাঃ চিৰঞ্জীৰ ঠাকুৰীয়া আৰু ডাঃ অভিলাষা বৰদলৈয়ে।

14/10/2024

📌এখন বিশেষ পূজা মণ্ডপ

📌যি খন পূজা মণ্ডপ আপুনি দেখিলে হয়টো এবাৰ হলেই থমকি ৰ'ব

07/10/2024

📌আকৌ আহিল আহিন

📌শুকুলা মেঘ, শুভ্ৰ কহুৱা আৰু শেৱালিৰ আহিন

07/09/2024

📌ভাদ মাহৰ বিশ্বাস আৰু পৰম্পৰা

05/09/2024

▶️এখন বিশেষ দেশ
▶️যিখন দেশত পালন নকৰে শিক্ষক দিৱস
▶️কিয় এইখন দেশত পালন নকৰে শিক্ষক দিৱস আপুনি জানেনে?










Address

Seujnagar, Narengi
Guwahati
781026

Telephone

+919401704719

Website

Alerts

Be the first to know and let us send you an email when Byatikram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Byatikram:

Share