23/10/2025
Big breaking news…....…...................…..
পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ জুবিন ক্ষেত্ৰত
দৰ্শনাৰ্থী যাব পাৰিব জুবিন গাৰ্গৰ সমাধিস্থলীলৈ
সমাধিস্থলীত সুৰাসক্ত লোকৰ প্ৰৱেশ নিষিদ্ধ
কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাত্তাৱানৰ
নিৰ্দেশনা জাৰি।