14/04/2026
14/4/26
"আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ব'হাগ বিহুৰ আন্তৰিক শুভকামনা থাকিল।"
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো। ৰঙালীৰ দৰেই ৰঙীন হওঁক আপোনাৰ জীৱন। বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালো। এই বিহুৱে কঢিয়াই আনক ঐক্য আৰু সম্প্ৰিতীৰ বতৰা ।