01/07/2025
সন্মানীয় সাংবাদিক বন্ধুসকল,
শ্ৰদ্ধা গ্ৰহণ কৰিব,
আজি অৰ্থাৎ ১ জুলাই, ২০২৫ তাৰিখে দিনৰ ২ বজাত ধিৰেনপাৰা এল.পি. স্কুলৰ সমীপত সাম্প্ৰতিক *গৰু কেলেংকাৰীৰ* বিৰূদ্ধে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হ'ব।
তদুপলক্ষে সমূহ সন্মানীয় সাংবাদিক বন্ধুসকলৰ উপস্থিতি আৰু সহযোগিতা বিনম্ৰতাৰে কামনা কৰিলোঁ।
স্থানঃ- ধিৰেনপাৰা এল.পি. স্কুলৰ সমীপত, ইটাভাটা, ধিৰেনপাৰা।
সময়ঃ- দিনৰ ২ বজাত।
তাৰিখঃ- ১ জুলাই, ২০২৫ ।
শ্ৰদ্ধাৰে,
শিশিৰ দেৱ কলিতা
সাধাৰণ সম্পাদক
অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ।