Prokrit Khobor

Prokrit Khobor প্ৰকৃত খবৰ
আপোনাৰ খবৰ আপোনাৰ মাজত
(1)

27/11/2024

📌 ডিব্ৰুগড়ত দিব্যাংগ গৃহৰক্ষী জোৱানক প্ৰহাৰ টেম্প’ চালকৰ l
📌প্ৰহাৰ কৰা টেম্প’ চালক দিগন্ত মেধিক আটক কৰিছে ডিব্ৰগড় আৰক্ষীয়ে l

15/11/2024

📌NO ENTRY ৰে সুমুৱাটো মোৰ ভুল আছিলঃ জ্ঞানদীপ হাজৰিকা।
📌“মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছো”
📌পিতৃহাৰা শোনিতপুৰৰ জ্ঞানদীপে পঢ়াৰ উপৰিও উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰিছিল। ফুড ডেলিভাৰীৰ উপৰিও বিভিন্ন কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল জ্ঞানদীপে | ঘৰত মা আৰু ভণ্টী আছে।

আপুনি কোনো দিনে কল্পনা কৰিব নোৱাৰে এক দৃশ্য l কি আচৰিত ধৰণেৰে মৃত্যু হব পাৰে মানৱ জীৱনৰ !                          মহানগ...
22/10/2024

আপুনি কোনো দিনে কল্পনা কৰিব নোৱাৰে এক দৃশ্য l কি আচৰিত ধৰণেৰে মৃত্যু হব পাৰে মানৱ জীৱনৰ !
মহানগৰী গুৱাহাটীৰ এটি কাহিনী l
দুই বছৰ পূৰ্বে জয়দীপৰ পিতৃ মৃত্যু হৈছিল স্থানীয় ৰাইজে জানিব দিয়ে যে
জয়দীপৰ পিতৃয়ে চৰকাৰী চাকৰি কৰিছিল l তেখেতৰ মৃত্যু পিছত তেওঁৰ পেঞ্চন পত্নী পূৰ্ণিমা দেয়ে লাভ কৰিছিল বা ( পাইছিল ) l ২ বছৰৰ পৰা সেই পেঞ্চনৰ পইছাৰে মাতৃ আৰু পুত্ৰয়ে জীবন কটাই আছিল l চাব ঠিকেই চলি আছিল মাতৃ পুত্ৰ লগতে দিন কটাইছিল l পূৰ্ণিমা দে ৰ পুত্ৰয়ে মাজে মাজে মানসিক ভাবে অসুস্থ হোৱাৰ আচৰণ কৰিছিল l মাজে মাজে জয়দীপে মাতৃৰ বাবে খোৱা বস্তু আনি দিয়ে আহি থাকোঁতে ৰাস্তাত দেখিলে জয়দীপে
ওচৰত মাতি কয় আজি বাহিৰৰ পৰা ৰুটি লৈ অনিছোঁ মা আৰু মই লগত খাম কয় l এনেদৰে হাঁহি ধেমালিৰ মাজেৰে দিনবোৰ পাৰ হৈছিল l লাহে লাহে জয়দীপৰ মাতৃ পূৰ্ণিমা দে ক ওচৰৰ চুবুৰীয়ায়ে দেখা নোপোৱা হল l ঘৰৰ চাৰিওফালে হাবি জংগল বনে আগুৰি ধৰিছে l এদিন ওচৰৰ চুবুৰীয়াৰ এজনলোকে জয়দীপৰ ঘৰৰ ওচৰত থকা অৰ্থাৎ সীমা ভাগী ৰ ঘৰত গৈ কলে যে ইমান দিনে জয়দীপৰ মাতৃক দেখা নাই কিবা হল নেকি? তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ যোগাযোগ নম্বৰ দিয়ক নহলে যোগাযোগ কৰি ঘৰৰ ভিতৰত চাব মতক কলে l ঠিক কোৱা মতে কাম পূৰ্ণিমাৰ দে ৰ ঘৰৰ পৰিয়ালক যোগাযোগ কৰি মাতিলে l ওচৰ চুবুৰীয়ায়ে সকলোঁ কথা পৰিয়ালক অৱগত কৰে l পৰিয়ালৰ লগত ওচৰ চুবুৰীয়ায়ে পূৰ্ণিমা দে ৰ ঘৰত প্ৰবেশ কৰি প্ৰথম কোঠাৰ দৰ্জা শুলি খুলি এই দৃশ্য দেখে! বিচনাৰ ওপৰত পূৰ্ণিমা দে' নামৰ মহিলাগৰাকীৰ নৰকংকাল l কংকালৰ কাষত হিন্দু দেৱতা শিৱৰ ফটো l আনফালে ৰুটী l জয়দীপ দে পুত্ৰই প্ৰায় তিনি মাহ ধৰি মাকৰ মৃতদেহ নিজৰ ঘৰতে আৱদ্ধ কৰি ৰাখিছিল। এই সকলো ঘটনা পোহৰত অহাৰ পিছত আৰক্ষীৰ এটা দল ঘটনা ইস্থলিত উপস্থিত হয় l
কিন্তু ৩ মাহ ধৰি মৃতদেহ আৱদ্ধ কৰি ৰখা জয়দীপক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে l আৰক্ষীয়ে কোৱাৰ মতে জয়দিপ মানসিক ভাবে অসুস্থ বোলে l
জয়দিপে প্ৰায় তিনি মাহ ধৰি মাকৰ মৃতদেহ নিজৰ ঘৰতে কিয় আৱদ্ধ কৰি ৰাখিছিল ?
মাকে পোৱা পেঞ্চন, অহা বন্ধ হৈ যাব বুলি নেকি!
এই সকলো ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ জ্যোতিকুছিত ........

21/10/2024

বৃহৎ নদীবান্ধৰ ভয়াৱহতা আৰু সমাগত সংকটক লৈ লুৰীনজ্যোতি গগৈৰ ভাচ্য....

14/10/2024

🚨পুজাস্থলীত চাওমিন বনোৱাত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | Prokrit Khobor

06/10/2024

🚨 আপোনালোক সাংবাদিক নহয় সংগাদিক হয় l
🚨 মই কমিশ্যন নাই খোৱা l কমিশ্যন আপোনালোকে খাই
🚨 চকু ডাঙৰ কৰি নেচাব!

04/10/2024

🚨'What is Indian Classical Language'?
🚨 আমাৰ PRIME MINISTER ইংলিছ কব নেজানে!
🚨 অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা দিয়া প্ৰসংগত কণ্ঠ শিল্পী জুবিন গাৰ্গৰ মন্তব্য

04/10/2024

🚨দুৰ্গা পূজাৰ নতুন নিয়ম!
🚨দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটী আৰক্ষী আয়ক্তয়েএখন বৈঠক আয়োজন কৰি পূজাৰ সময়ত সুৰক্ষা ব্যৱস্থা, নিয়মাৱলী, আৰু অনুশাসন বজাই ৰখাৰ বিষয়ে আলোচনা কৰে l
🚨গুৱাহাটীৰ ৩০০ৰো অধিক পূজা সমিতিয়ে আলোচনাত অংশগ্ৰহণ কৰে আৰু প্ৰশাসনৰ সৈতে মিলিত হৈ পূজাৰ পূৰ্বে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

02/10/2024

🚨গ্ৰাহকৰ হাততপ্ৰাণ গল অনলাইন ডেলিভাৰী এজেণ্টৰ l🚨গ্ৰাহকে অনলাইনত Case On Delivery ত এটা আইফোন অৰ্ডাৰ দিছিল l🚨আইফোন Delive...
01/10/2024

🚨গ্ৰাহকৰ হাততপ্ৰাণ গল অনলাইন ডেলিভাৰী এজেণ্টৰ l
🚨গ্ৰাহকে অনলাইনত Case On Delivery ত এটা আইফোন অৰ্ডাৰ দিছিল l
🚨আইফোন Delivery দিব অহা ডেলিভাৰী এজেণ্টক গ্ৰাহকে হত্যা কৰি এজেণ্টৰ মৃতদেহ খালত পেলাই দিয়ে l
🚨 এই ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত l

01/10/2024

🚨মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আচনিৰ ঋণ পোৱাসকলে নাপাব নেকি চৰকাৰী চাকৰিৰ সুবিধা?

Address

781038
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when Prokrit Khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share