Concept Connect

Concept Connect any body can change life through this page

26/07/2025
24/07/2025
15/02/2023

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ

যদি কোনোবা মাহৰ এক তাৰিখে ঋতুস্ৰাব হয় তেনেহলে ২৮ দিনৰ মূৰত বা ৩০ দিনৰ মূৰত পূনৰ স্ৰাব হয় এই মাহেকীয়া চক্ৰটো নিয়মিত ভাৱে চলি থাকে আৰু কিছুমানৰ ৪-৫ দিনৰ তাৰতম্য হয়। অৰ্থাৎ ২৮+৫ ইয়াক স্বাভাৱিক বুলিয়েই ধৰা হয়। এতিয়া আমি আহো কি কি কাৰনত অনিয়মীয়া ঋতু স্ৰাৱ হব পাৰে। অনিয়মীয়া মাহেকীয়াৰ আটাইতকৈ গুৰুত্ব পূৰ্ন কাৰনটো হল হৰমনৰ তাৰতম্য। কিবা কাৰনত যদি মহিলাৰ দেহত হৰমনৰ তাৰতম্য হয় তেনেহলে মাহেকীয়া অনিয়মীত হোয়াটো নিশ্চিত।

দ্বিতীয় কাৰণ হ’ল:
যদি জন্মনিয়ন্ত্ৰক ঔষধ নিয়মীত ব্যৱহাৰ কৰে তেনেহলে ঔষধৰ পাশ্বক্ৰিয়া ৰুপে মাহেকীয়া অনিয়মীয়া হয়।

তৃতীয় কাৰণ:
PCOD পলি চিষ্টিক অভাৰীয়ান ডিজিজ হলেও মাহেকীয়া অনিয়মিত হয়।

চতুৰ্থতে:
যৌন সংক্ৰামনক ৰোগ, যেনে- চিফিলিচ, গনৰিয় আদি হলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখিবলৈ পোৱা যায়। লগতে মানসিক চাপ, নিদ্ৰাহীনতা, বহুত বেছি মানসিক চিন্তা কৰা, ডিপ্ৰেচন আদি হলেও মাহেকীয়া অনিয়মীয়া হব পাৰে। ডাইবেটিচৰ কাৰনেও মাহেকীয়া অনিয়মীয়া হব পাৰে। থাইৰইডো এনে এক বেমাৰ হয় এই বেমাৰত হৰমনৰ তাৰ তম্য বহুত বেছি দেখা যায়। গতিকে এই সমস্যা থাকিলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখা যায়।

গোটেই কেইটা কাৰনতে প্ৰতিকাৰ আৰু সমাধান হিছাপে Medely Of Berries ব্যৱহাৰ কৰিব পাৰিব

Address

Guwahati
781012

Website

Alerts

Be the first to know and let us send you an email when Concept Connect posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share