Olympiasports.in

Olympiasports.in Olympia covers all sports news and success stories of renowned sports personalities who have hogged

31/07/2025
30/07/2025

✡️নগাঁৱত দিবা-নৈশ বাস্কেটবল প্ৰতিযোগিতাৰ সফল
সমাপ্তি
✡️পুৰুষত এম বলাৰছ আৰু মহিলাৰ ট্ৰিপল থ্ৰেটছ
চেম্পিয়ন

30/07/2025

✡️ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক হিচাপে অংকুৰ ভৰালীৰ যোগদান কৰাৰ পাছত প্ৰথম মন্তব্য

29/07/2025

✡️সদৌ অসম জু জিৎসু ৰেংকিং প্ৰতিযোগিতাৰ সফল
সামৰণি পৰে

✡️শিৱসাগৰ শ্ৰেষ্ঠ দল, শোণিতপুৰ দ্বিতীয় শ্ৰেষ্ঠ দল

29/07/2025

✡️৪০ সংখ্যক সদৌ অসম আন্ত:জিলা টাইকোৱানডো প্ৰতিযোগিতা আৰম্ভ

✡️ৰাজ্যৰ ৩৬ দলৰ ১২০০ খেলুৱৈৰ অংশগ্ৰহণ

✡️প্ৰতিযোগিতা উদ্বোধন কৰে সন্থাৰ সভাপতি, বিধায়ক বলীন চেতিয়াই

29/07/2025

✡️ব্লেক বেল্ট গ্ৰেডিং টেষ্ট ,ট্ৰেইনিং কেম্প আৰু সদৌ অসম মুকলি কাৰাটে চেম্পিয়নশ্বিপৰ সামৰণী

✡️বোকাখাটৰ কাৰাটে এণ্ড হেলথ ক্লাৱৰ বিশেষ সফলতা

28/07/2025

৪০ সংখ্যক সদৌ অসম আন্ত:জিলা টাইকোৱানডো প্ৰতিযোগিতা আৰম্ভ

৩৬ টা দল আৰু ১৩শ খেলুৱৈ-কৰ্মকৰ্তাৰ সমাবেশ

প্ৰতিযোগিতা খন উদ্বোধন কৰে সন্থাৰ সভাপতি,বিধায়ক বলীন চেতিয়াই

28/07/2025

✡️তৃতীয় য়ুথ এছিয়ান গেমছলৈ নিৰ্বাচিত অসম জীৱৰি
পেৰিছ সন্দিকৈ

✡️মোৱাইথাই ইভেন্টতত ভাৰতক প্ৰতিনিধিত্ব কৰিব পেৰিছে

27/07/2025

✡️নগাঁৱত দিবা-নৈশ বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ
✡️প্ৰাক্তন খেলুৱৈৰ বিশেষ পদক্ষেপ

26/07/2025

🏏 ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ হ'ল ঋচভ পন্ত

🏏 ঋচভৰ বিকল্প কোন হ'ব

🏏 সঞ্জু চেমচন, ঈশান কিষান নে ধ্ৰৱ জুৰেল

26/07/2025

✡️গৰ্ডন ক্ৰিকেট একাডেমীৰ গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ
শিবিৰ আৰম্ভ

Address

Olympia Prakashan, Rajgarh Road, 6 Byelane, House No. :1, Sarania Hills
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Olympiasports.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Olympiasports.in:

Share

Category