05/09/2025
Smart Meter Company-ৰ বাবে ইনষ্টলাৰ আৱশ্যক 📍 স্থানসমূহ –
Mangaldoi Circle- খাৰুপেটিয়া, মংগলদৈ, উদালগুৰি, চিপাঝাৰ, টাংলা, N Lakhimpur Circle - চিলাপথাৰ, বিহপুৰিয়া, ধেমাজি, ঘিলামৰা, গোগামুখ, লখিমপুৰ, Tezpur Circle - বিশ্বনাথ চাৰিআলি, ঢেকীয়াজুলি, গোহপুৰ, চুতীয়া, তেজপুৰ
🎓 অৰ্হতা –
দশম / দ্বাদশ উত্তীৰ্ণ, ITI (ইলেকট্ৰিকেল) অথবা ডিপ্লোমা (ইলেকট্ৰিকেল) অথবা ইলেকট্ৰিকেল কামৰ অভিজ্ঞতা থকা প্ৰাৰ্থী
Salary- 13728 + Incentive
Note for installers:
1. The fix wages FTM to be paid with target of 208 MI per month.
2. Installers must be active for 8 hrs per day.
Having a Two wheeler is preferred Education- 10th, HS, ITI or Diploma
📞 যোগাযোগ কৰক: 7002456039
Regards, Pankaj Das, Quess Corp