04/09/2026
▶️মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে চিন্তা-চৰ্চা কৰিছে আৰু যোগান বিভাগেও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা চলাই আছে৷ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজক সকাহ দিবলৈ চৰকাৰে ক’ৰবাত নহয় ক’ৰবাত আঁচনি লৈছে : মন্ত্ৰী জয়ন্তমল্ল বৰুৱা