B & M Publishers and Printers

B & M Publishers and Printers Publication House

শুভ জন্মদিন বাইদেউ.... বি এণ্ড এমক আগুৱাই নিব পৰাকৈ সদায় আমাক এনেদৰে সাহস দি থাকক🌻🌻🌻
04/08/2025

শুভ জন্মদিন বাইদেউ.... বি এণ্ড এমক আগুৱাই নিব পৰাকৈ সদায় আমাক এনেদৰে সাহস দি থাকক🌻🌻🌻

অভিনন্দন প্ৰিয় কবি 🌻💐💐💐💐
25/07/2025

অভিনন্দন প্ৰিয় কবি 🌻💐💐💐💐

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকা দেৱলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। ছাৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ু কামনা কৰিলোঁ🙏🙏🙏🌻🌻🌻🌻
24/07/2025

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকা দেৱলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। ছাৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ু কামনা কৰিলোঁ🙏🙏🙏🌻🌻🌻🌻

হুমায়ুন আহমেদৰ গ্ৰন্থৰ ৰস ল'ব নিবিছৰা মানুহ হয়তো খুব কম ওলাব। তেখেতৰ এখন অতি জনপ্ৰিয় গ্ৰন্থৰ অনুবাদ কৰি পাঠক সমাজলৈ আ...
31/05/2025

হুমায়ুন আহমেদৰ গ্ৰন্থৰ ৰস ল'ব নিবিছৰা মানুহ হয়তো খুব কম ওলাব। তেখেতৰ এখন অতি জনপ্ৰিয় গ্ৰন্থৰ অনুবাদ কৰি পাঠক সমাজলৈ আগবঢ়াই দিছে বৰ্ণালী দত্তই। গ্ৰন্থৰ নাম "দেৱী আৰু নিশিথিনী"। অনুবাদ শৈলী নিশ্চয়কৈ মনোমহা। পঢ়ি নিৰাশ হ'ব নলগা এখন গ্ৰন্থ।

প্ৰণৱ কুমাৰ বৰ্মনৰ কাব্যপুথি "Not for sell মোৰ দেশ" ৰ এমাজন লিংক -https://amzn.in/d/fI8CJSb
26/05/2025

প্ৰণৱ কুমাৰ বৰ্মনৰ কাব্যপুথি "Not for sell মোৰ দেশ" ৰ এমাজন লিংক -

https://amzn.in/d/fI8CJSb

"নীলিম কুমাৰৰ জনপ্ৰিয় আৰু বিতৰ্কিত কবিতা""ৰিডাকচন চেল আৰু অন্য কবিতা"নীলিম কুমাৰ দেৱৰ উপৰিউক্ত দুয়োখন কাব্যপুথি বৰ্তমা...
26/05/2025

"নীলিম কুমাৰৰ জনপ্ৰিয় আৰু বিতৰ্কিত কবিতা"

"ৰিডাকচন চেল আৰু অন্য কবিতা"

নীলিম কুমাৰ দেৱৰ উপৰিউক্ত দুয়োখন কাব্যপুথি বৰ্তমান ২০% ৰেহাই মূল্যত দি থকা হৈছে। আগ্ৰহীসকলে ঘৰতে কিতাপ দুখন পাবলৈ যোগাযোগ কৰক 8133950313 নম্বৰত ।

NOT FOR SALE মোৰ দেশমোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱৰা হে ৰাজনীতিক, হে নেতা, মন্ত্রী, হে কোম্পানীৰ কর্তৃপক্ষ মোৰ...
21/05/2025

NOT FOR SALE মোৰ দেশ

মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱৰা হে ৰাজনীতিক,

হে নেতা, মন্ত্রী, হে কোম্পানীৰ কর্তৃপক্ষ মোৰ দেশমাতৃৰ গৰ্ভ বিদাৰি তুমি নিব পাৰিবা তেল, লো, কয়লা, হীৰা
পিন্ধাব পাৰিবা প্রিয় নাৰীক গলহাৰ সজাব পাৰিবা প্রাসাদ
মধুমতী নায়িকাৰ পালংকশয়নত কৰিব পাৰিবা সোমৰস পান
কিন্তু মোৰ দেশক তুমি সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক

মোৰ দেশমাতৃৰ তুমি বস্ত্ৰহৰণ কৰিব পাৰিবা
কিন্তু নোৱাৰিবা কৰিব উলংগ
ক'ৰবাত এতিয়াও কৃষ্ণ সাৰে আছে দেশমাতৃৰ লাজ ঢাকিবলৈ আছে ত্ৰিৰংগা শুকাই বালিচৰ হোৱা নাই ব্রহ্মহ্মপুত্র গংগা
মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক, হে দালাল, হে কোম্পানী কর্তৃপক্ষ

মোৰ দেশ অংকিত হৈ আছে বাল্মীকিৰ কাপ মৈলামত
থিয় হৈ আছে ৰাম আৰু ৰামায়ণৰ গম্বুজত
হিৰণ্যকশিপু হৈ য'তেই কৰিবা পদাঘাত চেতনাত অথবা স্বাধীনতাত
বাক অথবা ভোকৰ ভাত
তাতেই প্রতিবাদ তাতেই মুর্দাবাদ
তাতেই মুষ্টিবদ্ধ হাত
নখাল নৰসিংহৰ নিনাদ

Not for sale মোৰ দেশ
লেখক: প্ৰণৱ কুমাৰ বৰ্মন
মূল্য: ১৫০/
ৰেহাই মূল্য: ১২০/

যোগাযোগ নম্বৰ: 8133950313

বি: দ্ৰ:  নিম্নোক্ত গ্ৰন্থসমূহ ২৫% ৰেহাই মূল্যত প্ৰদান কৰি থকা হৈছে। ডাকযোগে পাবলৈ 8133950313 ত যোগাযোগ কৰিব পাৰে।জীৱন ৰ...
21/05/2025

বি: দ্ৰ: নিম্নোক্ত গ্ৰন্থসমূহ ২৫% ৰেহাই মূল্যত প্ৰদান কৰি থকা হৈছে। ডাকযোগে পাবলৈ 8133950313 ত যোগাযোগ কৰিব পাৰে।

জীৱন ৰহস্যৰ সন্ধান:
লেখক: ৰঞ্জু হাজৰিকা
জীৱনৰ ৰহস্য সম্পৰ্কে লেখকৰ ধাৰণাসমূহ প্ৰবন্ধ আকাৰত এই কিতাপখনত প্ৰকাশ কৰা হৈছে।

অন্ধকাৰৰ আৰ্তনাদ :
লেখক : ৰঞ্জু হাজৰিকা
এখন শিহৰিত কৰিব পৰা ৰহস্য উপন্যাস। নামেৰেই পুথিখনৰ বিষয়বস্তু অনুমান কৰিব পাৰি।

ৰোহন চিৰিজ:
লেখক:ৰঞ্জু হাজৰিকা
লেখকৰ জনপ্ৰিয় ৰোহন চিৰিজৰ দ্বিতীয় সংস্কৰণ।বিশেষকৈ কিশোৰ সকলৰ বাবে উপযুক্ত।

শিশু সাহিত্য একাডেমী বটাপ্ৰাপ্ত "ৰঞ্জু হাজৰিকা" দেৱৰ "সাধু সমগ্ৰ" আৰু "উপন্যাস সমগ্ৰ" গ্ৰন্থ দুখন ২০% ৰেহাই মূল্যত দি থক...
20/05/2025

শিশু সাহিত্য একাডেমী বটাপ্ৰাপ্ত "ৰঞ্জু হাজৰিকা" দেৱৰ "সাধু সমগ্ৰ" আৰু "উপন্যাস সমগ্ৰ" গ্ৰন্থ দুখন ২০% ৰেহাই মূল্যত দি থকা হৈছে। গ্ৰন্থ দুখন ডাকযোগে ঘৰতে পাবলৈ 8133950313 নম্বৰত যোগাযোগ কৰক।

বি:দ্ৰ: উপন্যাস সমগ্ৰত সাহিত্য একাডেমী বটাপ্ৰাপ্ত উপন্যাসখনি অন্তৰ্ভুক্ত কৰা হৈছে।

15/03/2025

পদ খালী:
পদৰ নাম: প্ৰুফ ৰিডাৰ(আৰ্হিপাঠ)
অৰ্হতা : অসমীয়া আৰু ইংৰাজী ভাষাত বুৎপত্তি
দৰমহা: আলোচনা মৰ্মে ঠিক কৰা হ'ব
যোগাযোগ: 60011 85502
[email protected]

ধন্যবাদ গগৈ ডাঙৰীয়া,  লেখকৰ লগতে আমাকো উৎসাহ দিয়া বাবে 🙏🌻
01/01/2025

ধন্যবাদ গগৈ ডাঙৰীয়া, লেখকৰ লগতে আমাকো উৎসাহ দিয়া বাবে 🙏🌻

Address

Bamunimaidam Industrial State , Near Amtron
Guwahati
781021

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 5pm

Telephone

+918133950313

Alerts

Be the first to know and let us send you an email when B & M Publishers and Printers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B & M Publishers and Printers:

Share

Category