05/09/2026
▶️ পুঁৱতি নিশাৰ পৰা ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
▶️ আৰক্ষীৰ জালত ৩ শতাধিক দালাল
▶️ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ অসম আৰক্ষী
▶️ অখিল গগৈৰ বিৰুদ্ধে সৰৱ ৰকিবুল হুছেইন
▶️ অখিল গগৈ এজন ব্লেকমেইলাৰ : ৰকিবুল হুছেইন
▶️ অখিল গগৈক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ড০ হীৰেন গোহাঁইৰ
▶️ ‘নিজৰ ইচ্ছা-আকাংক্ষাৰদ্বাৰা পৰিচালিত হয় অখিল গগৈ’
▶️ বিশ্বৰ মানচিত্ৰক লৈ ৰাষ্ট্ৰসংঘত ঐতিহাসিক পদক্ষেপ
▶️ সলনি হ’ল বিশ্বৰ মানচিত্ৰ