news assam 908

news assam 908 news_assam_908

14/08/2026

উজনিৰ বানাক্ৰান্তক আউনীআটী সত্ৰৰ সহায়ৰ হাত

মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে ৩,৩৩,৩৩৩ টকাৰ চেক

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ সহায়্য পুঁজিত দিলে আর্থিক অনুদান

14/08/2026

'মা, মোৰ বুকু বিষাই থাকে, ছাৰে চুই থাকে'

'পে*চা*ব কৰিব নোৱাৰো, ছাৰে হাত ভৰাই থাকে বিষাই থাকে'

'মই স্কুললৈ নাযাওঁ, ছাৰে বু* চু*ই থাকে'

পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে শিক্ষকৰ জঘন্য কাণ্ড
টংলাৰ মুৰমেলা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা

*শিক্ষক আব্দুল আলীৰ বিৰুদ্ধে কণমানি ছাত্রীক যৌন নিৰ্যাতনৰ অভিযোগ

ঘটনা পোহৰলৈ অহাত শিক্ষক আব্দুল আলীক ৰাইজৰ
উত্তম মধ্যম

14/08/2026

*শিক্ষক আব্দুল আলীৰ বিৰুদ্ধে কণমানি ছাত্রীক যৌন নিৰ্যাতনৰ অভিযোগ

14/08/2026

ভয়াৱহ বিদ্যুৎ সংকটত ভুগি ভাৰতৰ পৰা সহায় বিচাৰিলে বাংলাদেশে।

Address

Puthimari
Guwahati
781380

Alerts

Be the first to know and let us send you an email when news assam 908 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share