Arunoday Live

Arunoday Live News Channel

23/08/2025

📌গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

23/08/2025

📌মহিলাৰ শ্ৰমদানেৰে পথ মেৰামতি গোলাঘাট আদৰ্শ গাঁৱত ।

23/08/2025

📌বঙালমৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক গকুল জয়শ্ৰীক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত দৌলতপুৰৰ আফজলুৰ ৰহমানক আটক

23/08/2025

📌জমিয়ত উলেমা ই-হিন্দৰ মন্তব্য বিৰুদ্ধে মাৰ্ঘেৰিটাৰ জাগুনত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ

23/08/2025

📌ৰূপহীহাটত আৰক্ষীক ড্ৰাগছ মাফিয়াৰ আক্ৰমণ
📌আৰক্ষীৰ শূণ্যলৈ গুলী

23/08/2025

📌মাদানীক হুংকাৰ অসমীয়া যুৱ মঞ্চৰ।
📌 অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত জমিয়ত উলেমা - ই - হিন্দ ৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী

22/08/2025

📌লালুক গোবিনপুৰত পথ দুৰ্ঘটনা
📌একে দিশৰ পৰা অহা টমটম আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনা

22/08/2025

📌মন্দিৰত চুৰ কৰি ৰাইজৰ ৰোষত বিহপুৰীয়াৰ অশোক কুমাৰ শৰ্মা
📌এজন পলাতক
📌লালুকৰ সমীপৰ পদ্মপুৰ কাঠনি গাঁৱৰ শিৱ মন্দিৰত লুটপাত দুজন ব্য়ক্তিৰ

22/08/2025

📌যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

22/08/2025

📌চাপানালা চম্পাৱতী জলপ্ৰপাতত মৃতদেহ উদ্ধাৰ
📌মৃতদেহটো পাচলি ব্যৱসায়ী আব্দুল মতিন বুলি জানিব পৰা গৈছে

22/08/2025

📌অগ্নিশিখা ভ্ৰাম্যমান নাট্যদলৰ আত্মপ্ৰকাশ

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Arunoday Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share