News Care 24 Digital

News Care 24 Digital সত্যৰ সন্ধানত অবিৰত যাত্ৰা

পুৱাৰ বাণী
24/09/2025

পুৱাৰ বাণী

জুবিন গাৰ্গ আৰু নাই।
19/09/2025

জুবিন গাৰ্গ আৰু নাই।

বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়াৰ আজিৰ কাৰ্যসূচী।
19/09/2025

বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়াৰ আজিৰ কাৰ্যসূচী।

২০২৬ ৰ বিধানসভা নিৰ্বাচন। মানকাচৰ বিধানসভা সমষ্টিত BJP ৰ টিকটৰ দৌৰত আবু ছাহানুৰ ৰেজা আকন্দ V/S আব্দুল আলিম মোল্লা। কোনে ...
18/09/2025

২০২৬ ৰ বিধানসভা নিৰ্বাচন। মানকাচৰ বিধানসভা সমষ্টিত BJP ৰ টিকটৰ দৌৰত আবু ছাহানুৰ ৰেজা আকন্দ V/S আব্দুল আলিম মোল্লা। কোনে পাব BJP ৰ টিকট? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত?

বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়াৰ আজিৰ কাৰ্যসূচী।
18/09/2025

বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়াৰ আজিৰ কাৰ্যসূচী।

২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিত BJP দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আবু ছাহানুৰ ৰেজা আকন্দ।
17/09/2025

২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিত BJP দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আবু ছাহানুৰ ৰেজা আকন্দ।

হাটশিঙিমাৰী জিলা চিকিৎসালয়ত আয়োজিত ৰক্ত দান শিবিৰত ৰক্ত দান কৰে ছফিয়ৰ ৰহমান, সাংবাদিক, 'আছাম টকছ', সাধাৰণ সম্পাদক, জিলা...
17/09/2025

হাটশিঙিমাৰী জিলা চিকিৎসালয়ত আয়োজিত ৰক্ত দান শিবিৰত ৰক্ত দান কৰে ছফিয়ৰ ৰহমান, সাংবাদিক, 'আছাম টকছ', সাধাৰণ সম্পাদক, জিলা প্ৰেছ ক্লাৱ, দক্ষিণ শালমাৰা মানকাচৰ জিলা।

17/09/2025

তীৰৰ জুৱাৰীৰ বিৰুদ্ধে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ অভিযান। চাৰি জুৱাৰী আটক।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী সহ আব্বাছ আলী মণ্ডল আটক।

অহা ১৯ ছেপ্টেম্বৰ, শুক্ৰবাৰ, হাটশিঙিমাৰী STAR CARE MEDICAL ত আহিব Dr. Jyotirmoy Das, MBBS, MD, NEURO PSYCHIATRIST, আগতীয়াকৈ নাম লগাবলৈ যোগাযোগ কৰক (M) 7099909221

Address

Hatsingimari, South Salmara Mankachar
Guwahati
783135

Alerts

Be the first to know and let us send you an email when News Care 24 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Care 24 Digital:

Share